HS Results Arts Stream :উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা, কলা শাখাৰ শীৰ্ষ দহজন শিক্ষাৰ্থী

navarup junior School

HS Results Arts Stream :

আজি পুৱা ন বজাত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এঘাৰটাকৈ ৱেবছাইটত উপলব্ধ কৰা হয় পৰীক্ষাৰ ফলাফল। উল্লেখ্য যে ৰাজ্যৰ শিক্ষানগৰী ৰূপে খ্যাত নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা জিলিকি উঠিল ১৯ গৰাকীকৈ কীৰ্তিমান

আনহাতে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। কলা শাখাৰ শীৰ্ষ দহত স্থানপ্ৰাপ্ত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম হ’ল-

প্রথম স্থান:
সংকল্পজিৎ শইকীয়া (৪৯০), দিয়া মহন্ত (৪৮৮), দুয়ো গৰাকী ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দ্বিতীয় স্থান :

দীয়া মহন্ত,ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

তৃতীয় স্থান:
শ্ৰেয়া সৰকাৰ (৪৮৭), নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়,নগাঁও

চতুর্থ স্থান:
শুকলেনমুং চেতিয়া (৪৮৬), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

পঞ্চম স্থান:
শ্বেখ ছানিয়া তাছনিম ৰহমান (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

ষষ্ঠ স্থান:
কাব্যশ্রী শর্মা (৪৮১), শংকৰদেৱ একাডেমী, নলবাৰী

সপ্তম স্থান:
কাশ্মিতা শর্মা (৪৮০), কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,বৰপেটা, শ্ববনম শ‍ইকীয়া (৪৮০), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

অষ্টম স্থান:
প্রতীক্ষা ভূঞা (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা,দৃষ্টি এনজি বর্মন (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা,জেৰিফা আহমেদ (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী,স্কুল, নগাঁও

নৱম স্থান:
কাব্যশ্রী দাস (৪৭৭), আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

দশম স্থান:
কৃষ্টিনা দেৱী (৪৭৬), কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও মৃন্ময় কুমাৰ বৰা (৪৭৬), ৰক্তিমা পাটৰ (৪৭৬) দুয়ো ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও

Exit mobile version