HS Results2023 Science:
আজি পুৱা ন বজাত ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশৰ বিপৰীতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৪.৯৬ শতাংশ। বিজ্ঞান শাখাৰ শীৰ্ষ দহ স্থানত আছে ১৬ গৰাকীকৈ শিক্ষার্থী। তেওঁলোক হ’ল ক্ৰমে:
প্রথম স্থান:
নিখিলেশ দত্ত (৪৮৪), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও
দ্বিতীয় স্থান :
অৰিজিৎ ৰয় (৪৮২), বিশ্বজ্যোতি দাস (৪৮২),ৰিষভ উপাধ্যায় (৪৮২)তিনিও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও
তৃতীয় স্থান:
প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
চতুর্থ স্থান:
সত্যজিৎ কামান (৪৭৮), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
পঞ্চম স্থান:
গৌৰাংগজিৎ গগৈ (৪৭৪), এলিট একাডেমী, চৰাইদেউ
ষষ্ঠ স্থান :
ভাৰ্গৱ শিৱম (৪৭৩), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
সপ্তম স্থান:
বিকাশজ্যোতি চহৰীয়া (৪৭২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অষ্টম স্থান :
শতৰূপা বৰকাকতি (৪৭১), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
নৱম স্থান:
শয়ন পোদ্দাৰ (৪৭০), কটন বিশ্ববিদ্যালয়, গুৱাহাটী হিমানিশ দত্ত (৪৭০), আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও ,কাশ্যপ গগৈ (৪৭০), বেদ একাডেমী (নাজিৰা), শিৱসাগৰ
দশম স্থান :
নবীন শ্বা (৪৬৯), শিশু পাঠশালা এইছ এচ স্কুল, ধুবুৰী, কৃষা ডেকা (৪৬৯),অভিলাষা হিমাশ্রী দাস (৪৬৯),দুয়ো ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও



































