Chandrapur Leopard :মহানগৰীৰ চন্দ্ৰপুৰত উদ্ধাৰ নাহৰফুটুকীৰ পোৱালি

chandrapur

Chandrapur Leopard :

মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰত শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ পোৱালি।

চন্দ্ৰপুৰৰ এজন ব্যক্তিৰ ঘৰত উদ্ধাৰ হোৱা নাহৰফুটুকী পোৱালিটো পাছত স্থানীয় লোকে চমজাই দিয়ে চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ৷

Exit mobile version