Guwahati Fire:মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত ভয়ংকৰ ঘটনা

অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে চাৰিখনকৈ দুচকীয়া বাহন

hengerabari fire

Guwahati Fire:

মহানগৰীৰ হেঙেৰাবাৰীৰ সংঘটিত হয় এক ভয়ংকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই লিচুবাগানৰ পানী টেংকিৰ চৌহদত জ্বলাই দিয়ে চাৰি খনকৈ মটৰ চাইকেল

অগ্নিকাণ্ডত বাহন কেইজন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ পাছত স্থানীয় লোকে জুই নিৰ্বাপন কৰাৰ লগতে দিছপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

 

Exit mobile version