Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জীৱনৰ প্ৰতি ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত উৰণীয়া সেতুৰ তলৰ ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজীৱ ডেকাৰ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

publisher by publisher
September 28, 2020
in Assam, City, News
Reading Time: 1 min read
0
পামহিৰ পাছত ছয়মাইলৰ বজাৰত গুণ্ডাৰাজ:ৰছিদ বিহীনভাৱে দৈনিক দুশটকাকৈ সংগ্রহ গুণ্ডাকৰ
2
SHARES
16
VIEWS
ShareShareShareShare

অচিনাকি লোকৰ অশালীন ব্যৱহাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পাঞ্জাবাৰীৰ উৰণীয়া সেতুৰ তলৰ ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজীৱ ডেকাই । ডেকাই কয় “নীতিবৰ্হিভূতভাৱে একাংশ লোকে বলপূৰ্বকভাৱে ব্যৱসায়ী সন্থাৰ পৰা দীৰ্ঘদিন কৰ সংগ্ৰহ কৰি আহিছিল ৷

ADVERTISEMENT

ইয়াৰ পাছত মহানগৰ আৰক্ষী আয়ুক্ত আৰু মাননীয় পৌৰ নিগমৰ আয়ুক্তৰ তৎপৰতাত মাছুল সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়ে।ইয়াৰ পাছৰে পৰা অচিনাকী বাইক আৰোহীয়ে পাছফালৰ পৰা তেওঁক অশ্লীল কথা কৈ ভাবুকি দিয়ে৷” গতিকে নিজৰ লগতে পৰিয়াল আৰু ব্যৱসায়ীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডেকাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

RelatedPosts

Dispur Theft :দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ

Guwahati:মহানগৰীৰ গনেশগুৰিত নিশা ৰাজপথত আমোলাৰ পুত্ৰৰ দাদাগিৰি

Dispur :মহানগৰীত পুনৰ দিনদুপৰতে চিলনী চোৰৰ সন্ত্ৰাস

3ed0bba6 3ff6 40d1 b768 4879b5a12b48

উল্লেখযোগ্য যে দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ উৰণীয়া সেতুৰ তলৰ বজাৰত লেছীৰ নামত গুণ্ডাকৰ আদায়ক লৈ অব্যাহত থকা অচলাৱস্থাৰ সময়তে আৰক্ষীয়ে নিৰ্দেশনা দিছিল ৷সেই অনুসৰি দৈনিক শাক পাচলিৰ দোকানৰ পৰা ২০ টকা,ফলমূলৰ দোকানৰ পৰা ২১টকা,মাছৰ দোকানীৰ পৰা ২০ টকা,চাউলৰ দোকানীৰ পৰা ৫০ টকা,সুৰা বিপণীৰ পৰা ৫০,ছাগলী মাংসৰ দোকানৰ পৰা ৫০,কণীৰ দোকানৰ পৰা ২০ ,ক্ষুদ্ৰ কাপোৰৰ দোকানৰ পৰা ১০,চাহ দোকানৰ পৰা ৩০,গেলামালৰ দোকানৰ পৰা ৫০,পাণ দোকানৰ পৰা ২০,ঠেলাত কুঁহিয়াৰৰ ৰস আৰু চানা বিক্ৰী কৰা দোকানৰ পৰা ২০,মিঠাইৰ দোকানৰ পৰা ২০,ষ্টেছনাৰী দোকানৰ পৰা ২০ টকা মাচুল আদায় কৰিব পাৰিব ।

এই পৰিমাণতকৈ অধিক মাচুল আদায় কৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ পঞ্জীয়ন হ’ব বুলি আৰক্ষীয়ে ছয়মাইলৰ বজাৰখনৰ ব্যৱসায়ীসকলক জানিবলৈ দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dispur PoliceMarketSixmile
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d