Vehicle Loaded With Cattle Seized In khetri:ক্ষেত্ৰীত আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন

cattle seized

Vehicle Loaded With Cattle Seized In khetri:

গুৱাহাটীৰ পৰা হোজাইলৈ এই বৃহত্তৰ অঞ্চলটোত চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি নিবিঘ্নে অব্যাহত ৰাখিছে গৰু সৰবৰাহ

ADVERTISEMENT

অভিযোগ উদ্থাপিত হ’লেই আৰক্ষীয়ে নিয়মমাফিক অভিযান চলাই দায়িত্ব সামৰে কিন্ত শেহতীয়াকৈ গৰু সৰবৰাহকাৰীয়ে কাৰোবাৰ আৰ্শীবাদত বলীয়ান হৈ গৰুৰ সৰবৰাহ অব্যাহত ৰখাৰ মাজতে মহানগৰীৰ পাশ্বৰ্ৱতী ক্ষেত্ৰী আৰক্ষীয়ে তালাচী চলাই গৰুভৰ্তি দুখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত বাহন দুখনৰ পৰা উদ্ধাৰ কৰে ২০ টা চোৰাং গৰু। আৰক্ষীয়ে সদৰি কৰা মতে নগাঁৱৰ ৰূপহীহাটৰ পৰা মেঘালয়লৈ সৰবৰাহ বাবে বুজাই কৰি অনা হৈছিল চোৰাং গৰু কেইটা ।

Exit mobile version