Karbi Anglong Huge Cache Of Ammunition Seized:কাৰ্বি আংলঙত নতুন উগ্ৰপন্থী সংগঠনৰ উদ্থান

ইউনাইটেড পিপলচ্ ফ্ৰ'ণ্ট অৱ কাৰ্বি আংলঙৰ দুই সদস্যক মাৰণাস্ত্রসহ আটক

karbianglong 1

Karbi Anglong Huge Cache Of Ammunition Seized:

পাৰ্বত্য জিলা কাৰ্বি আংলঙত পুনৰ নতুন বিদ্ৰোহী সংগঠনৰ উদ্থান। নতুন উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলচ্ ফ্ৰ’ণ্ট অৱ কাৰ্বি আংলঙে (ইউ পি এফ কে এল) নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ মাজতে কাৰ্বি আংলঙৰ মাঞ্জা তিনি আলিত চি আৰ পি এফ আৰু কাৰ্বি আংলং আৰক্ষীয়ে যৌথ অভিয়ান চলাই ৷

অভিযানতে এখন এখন অল্ট’ বাহনত তালাচী চলাই জব্দ কৰিছে মাৰণাস্ত্রসহ সংগঠনটোৰ ৪১খন লেটাৰ হেড জব্দ কৰাৰ লগতে দুই কেডাৰ সঞ্জয় ইংতি আৰু ৰাজেশ ফাংচক গ্ৰেপ্তাৰ কৰে ৷

জব্দকৃত মাৰণাস্ত্রসমূহ হ’ল এটা পইণ্ট ২২ পিষ্টল,এটা ৯ এম এম পিষ্টল, তিনিটা গ্ৰেনেড,নজাঁই  সক্ৰিয় গুলী,দুটা ডিটেনেটৰ ৷

আনহাতে ধৃত উগ্ৰপন্থী কেডাৰ কেইজনক লগত লৈ আৰক্ষীয়ে অধিক মাৰাণাস্ত্ৰৰ সন্ধানত বিভিন্ন অঞ্চলত অভিযান চলোৱাৰ লগতে অব্যাহত ৰাখিছে তদন্ত

Exit mobile version