Anti-child Marriage Drive Again in State:ৰাজ্যত পুনৰ বাল্যবিবাহ বিৰোধী অভিযান

ৰঙাঘৰৰ আলহী হ'ল উনৈছ বছৰীয়া যুৱক

child marriage

Anti-child Marriage Drive Again in State:

বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষী পুনৰ কঠোৰ হোৱাৰ ইংগিত দিয়াৰ পাছতে বাল্যবিবাহৰ বিৰুদ্ধে তৎপৰ হৈ পৰে অসম আৰক্ষী ৷

মহানগৰীৰ পাশ্বৱৰ্তী প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে বাল্যবিৱাহ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন উনৈছ বছৰীয়া যুৱকক ৷

প্ৰায় ডেৰ বছৰ পূৰ্বে যুৱকজনে সংগোপনে বিয়া কৰাইছিল এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীক

এই সন্দৰ্ভত পানীখাইতি গাঁও পঞ্চায়তৰ সচিবে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

Exit mobile version