Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SCERT Scam Case Update :ধৃত শেৱালী দেৱী বিয়াগোম আয়বহির্ভূত সম্পত্তিৰ গৰাকী , উৎস বিচাৰি আৰক্ষীৰ অভিযান

পঞ্চায়ত-গ্রামোন্নয়নত অধিষ্ঠিত হৈ থাকোতে লাভ কৰিছিল 'আলাদ্দিনৰ চাকি, পাঁচটা গোপন বেংক একাউণ্ট খুলি কৰিছিল লুণ্ঠন

samimsultana by samimsultana
May 13, 2023
in Assam, India, News
Reading Time: 4 mins read
0
SCERT Scam Case Update :ধৃত শেৱালী দেৱী বিয়াগোম আয়বহির্ভূত সম্পত্তিৰ গৰাকী , উৎস বিচাৰি আৰক্ষীৰ অভিযান
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

SCERT SCAM:এছচিইআৰটিৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

SCERT Scam:আয়ৰ বিপৰীতে ২৫৫ শতাংশ অধিক সম্পত্তিৰ গৰাকী নিম্নবৰ্গৰ সহায়ক

SCERT Scam Case Update :

প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সংগঠিত ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত তথ্য সম্প্রতি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা নিলম্বিত IAS বিষয়া শেৱালী দেৱী শৰ্মা (৫৮)ৰ আছে বিয়াগোম আয়বহির্ভূত সম্পত্তি।

ADVERTISEMENT

১০৫ কোটিটকীয়া দুৰ্নীতিৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে অভিযান অব্যাহত ৰখাৰ মাজতে ধৃত বিষয়াগৰাকীৰ এটাৰ পাছত আন এটা কলংকিত অধ্যায় পোহৰলৈ আহিছে। এ চি এছ বিষয়াৰূপে ১৯৯২ ত যোগদানৰ পাছত বিষয়াগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিষয়ে তেওঁৰ আয় বর্হিভূত সম্পত্তিৰ পাহাৰ দেখিয়েই তদন্তকাৰী দল নিশ্চিত হৈ পৰিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ১৯৯২ ৰ২৬ জুনত শৰ্মাই দতমাত ৰাজহ চক্ৰ বিষয়া (সংযুক্ত) হিচাপে চাকৰিত যোগদান কৰিছিল। দতমাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাত্ৰ চাৰি মাহ কাৰ্যনিৰ্বাহ কৰিয়েই অজ্ঞাত শক্তিৰ বলত মৰিগাঁৱৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰ দায়িত্ব লাভ কৰিছিল। মৰিগাঁৱত প্রায় ২০ মাহ থাকি ১৯৯৪ৰ পৰা ১৯৯৭লৈ শৰ্মাই প্ৰাগজ্যোতিষপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৭ৰ পৰা ১৯৯৯লৈ তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ প্রশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে শৰ্মাই প্রায় পাঁচ বছৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ উপ-সঞ্চালকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই সময়ছোৱাতে শেৱালী দেৱীয়ে আলাদ্দিনৰ চাকি লাভ কৰিছিল ৷

১৯৯৯ৰ পৰা ২০০৩লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উপ-সঞ্চালক হৈ থকাৰ সময়তে তেওঁ বৃহৎ ক’লা ধনৰ গৰাকী হৈ পৰিছিল আৰু তেওঁৰ পৰিয়াললৈ অভাবনীয় পৰিৱৰ্তন আছিল। চৰ্চিত খবৰ অনুসৰি, সেই সময়ত ধৃত বিষয়াগৰাকীৰে উৎকোচৰ নামত এশ টকাও এৰি দিয়া নাছিল আৰু উৎকোচ নিদিলে ফাইল এটা চোকত দলিয়াই পেলাই দিছিল। ইয়াৰ পাছতে ২০০৩-২০০৪ত বিষয়াগৰাকীয়ে ৰাজনীতি (এ) বিভাগৰ বিশেষ বিষয়াৰূপে, ২০০৪-২০০৬ ত নলবাৰীৰ অতিৰিক্ত সহকাৰী আয়ুক্ত আৰু ২০০৬-২০০৭ত নলবাৰী সদৰৰ ৰাজহ চক্ৰ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পাছতে ২০০৭ৰ পৰা ২০১৪ লৈ বিষয়াগৰাকীয়ে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অবৰ সচিব আৰু উপ-সচিবৰ দায়িত্বত আছিল। ২০১৪-২০১৫ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সচিবৰ পাছতে ২০১৫ৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিব আৰু সচিবৰ লগতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্রাথমিক শিক্ষা বিভাগৰ পাছতে শৰ্মাই আইএএছলৈ মনোনীত হৈ কৃষি বিভাগত সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে এই সমগ্ৰ কেলেংকাৰি পোহৰলৈ আহিছিল আৰু যোৱা ১৮ মাৰ্চত পদৰ পৰা তেওঁক নিলম্বন কৰা হৈছিল।

উল্লেখ্য যে ২০১৫ৰ পৰা ২০২১লৈ প্ৰাথমিক শিক্ষা বিভাগত শৰ্মাই ছবছৰ কাৰ্যনিৰ্বাহ কৰি একপ্ৰকাৰ কাৰ্যালয়টোৰ উঠি ৰজা-বহি ৰজা হৈ পৰিছিল। বিভাগৰ বিভিন্ন উন্নয়নমূলক কাম দুই জোঁৱায়েকৰ সহযোগিতাত ধৃত শৰ্মাই নিজেই কৰি গৈছিল বুলি তদন্তকাৰী আৰক্ষী সূত্ৰই সদৰী কৰিছে।

বিশেষকৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক হৈ থকাৰ সময়ত বিভাগীয় অনুমোদন নোহোৱাকৈ পাঁচটাকৈ বেংক একাউন্ট খোলাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। সম্প্রতি এই বেংক একাউন্টকেইটা আৰক্ষীয়ে জব্দ কৰিছে আৰু এই একাউণ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে।

সম্প্রতি একাউন্টকেইটাত টকা নাই যদিও দুই জোঁৱায়েক আৰু সৰু জীয়েকক সংগী কৰি ধনবাশি ধৃত শর্মাই উলিয়াই লৈ গৈছিল বুলি তদস্তত পোহৰলৈ আহিছে।

ইফালে, ক্ষমতাত থকাৰ সময়ত উৎকোচৰ নামত এশ টকাও এৰি নিদিয়া নিলম্বিত আইএএছ বিষয়া শেৱালীৰ পৰিয়ালৰ গৰিষ্ঠসংখ্যক সদস্যৰে ফ্লেট থকাৰ তথ্য আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিছে। শেৱালীয়ে বাস কৰা এপার্টমেণ্টত পৰিয়ালৰ কে’বাজনো সদস্যৰ ফ্লেট থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।

উল্লেখ্য যে প্রাথমিক শিক্ষা বিভাগৰ উপৰি ৰাজহ চক্ৰ বিষয়া আৰু পঞ্চায়তৰ উপ-সঞ্চালক হৈ থকাৰ সময়ত অর্থাৎ এই তিনিটা বিভাগত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বৃহৎ বনৰ গৰাকী হৈ পৰিছিল। যিবোৰ ক’লা ধন খৰচ কৰিবলৈ শেৱালীয়ে পৰিয়ালৰ সদস্যৰ নামত ফ্লেট ক্ৰয় কৰাৰো অভিযোগ আছে।

সম্প্রতি ধৃত বিষয়াগৰাকীৰ সম্পত্তিৰ পাহাৰ দেখিও স্বয়ং তদন্তকাৰী আৰক্ষীৰ চকু কপালত উঠিছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ইডিত গোচৰ তৰাৰো যো-জা চলিছে। সম্প্রতি পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত থকা বিষয়াগৰাকীক অহা সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে আদালতত হাজিৰ কৰি পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত ধৃতক লৈ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই বহু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ২০১৭ পৰা ২০২২লৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদৰ সঞ্চালকৰ দায়িত্বত থকা সময়ত ধৃত শৰ্মাই বিভাগীয় অনুমোদন নোহোৱাকৈ নিজৰ দেৱী ফার্মসহ মুঠ পাঁচখন ফাৰ্মক ১০৫ কোটি টকাৰ ঠিকা আৱণ্টন দিছিল।

বিশেষকৈ বিদ্যালয়ত স্মার্ট ক্লাছ, লেট্রিন-বাথৰূম, লোহাৰ গেট, দেৱালকে ধৰি বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ নামত এই ধনৰাশি মোকলাই দিয়া হৈছিল যদিও নিম্ন মানৰ কামৰ লগতে নামমাত্ৰ কাম কৰা দেখুৱাই বৃহৎ অংশৰ ধন হৰলুকি কৰা হৈছিল। ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকীৰ কোষে ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/৪০৬/৪০৯/২০১ /৪২০/৪৬৮/৪৭১, পিচি এই ১৯৮৮ৰ আৰ ডব্লিউ ছেকচন ৭(এ)/১২/১৩(১)এ/১৩(২), অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইন-২০০৫ৰ আৰ ডব্লিউ ছেকচন আঠ আৰু অসম ৰাজহুৱা ক্ৰয় আইন-১০১৭ৰ আৰ ডব্লিউ ছেকছন ৪১ অধীনত 03 / 2020 নম্বৰত এক গোচৰ ৰুজু কৰি বৰ্তমানলৈ বিষয়া-ঠিকাদাৰসহ ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ধৃত শেৱালীৰ সৰু জী বিজিতা শর্মা, তেওঁ স্বামী অজিত পাল সিং, বৰ জোঁৱাই তথা কংগ্ৰেছ নেতা বাজেশ যোশীও আছে। ইয়াৰ উপৰি তদন্তকাৰী সংস্থাটোৱে ঠিকাদাৰ ৰাহুল আমিন, পৰিষদৰ উপ-সঞ্চালক তথা নডেল বিষয়া ড এল এন সোণোৱাল, কাৰ্যালয়টোৰ গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেনোগ্রাফাৰ ৰুবুল আলী, কাৰ্যালয় সহায়ক রমিজউদ্দিন আহমেদ আৰু চনদপ্রাপ্ত হিচাপৰক্ষক ( চিত্র ) সাংগ ম’ৰেক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ধৃত শেৱালীসহ ঠিকাদাৰ আমিন আৰু জোঁৱায়েক সিং সম্প্ৰতি তদন্তকাৰী আৰক্ষীৰ জিম্মাত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Police CustodySCERT ScamSewali Devi Sarmah ArrestedSuspended Director
samimsultana

samimsultana

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d