Autumn session of Assam Legislative Assembly from September 11:১১ চেপ্তেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

assam assembly

Autumn session of Assam Legislative Assembly from September 11:

অসম বিধানসভাৰ সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অহা ১১ চেপ্তেম্বৰ  সোমবাৰে পুৱা ৯:৩০ বজাৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হ’ব।

Exit mobile version