Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Biswajit Daimary:অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ চৰকাৰী আৱাসত ২২টা এ চি !

চৰকাৰী খৰচত পূজাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীৰ কোঠালৈকে ব্যৱহাৰ হয় বাতানুকূল যন্ত্র, উৎকট গৰমত বিদ্যুতৰ মাচুল ৰাহি কৰিবলৈ ৰাইজক পৰামৰ্শ দিছিল গছৰ তলত বহিবলৈ, ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়া

publisher by publisher
June 8, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Biswajit Daimary:অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ চৰকাৰী আৱাসত ২২টা এ চি !
9
SHARES
94
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Biswajit Daimary:

এফালে গৰমে দহিছে আৰু আনফালে বিদ্যুৎ মাচুল বাঢ়িছে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে জনতাৰ ক্ষোভ অব্যাহত থকাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া অব্যাহত আছে।

ADVERTISEMENT

বিদ্যুৎ ৰাহি কৰি উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে ৰাজ্যবাসীক ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ পৰামৰ্শ আগবঢ়াইছিল। দৈমাৰীৰ এই পৰামৰ্শ অনুসৰিয়েই যোৱা কেইদিনত বহুলোকে গছৰ তলত জিৰণি লোৱা ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে ; কিন্তু বিদ্যুৎ ৰাহি কৰি গছৰ তললৈ যাবলৈ ৰাইজক পৰামৰ্শ আগবঢ়োৱা অধ্যক্ষ দৈমাৰীয়ে তেওঁৰ চৰকাৰী আৱাসত ২২ টা বাতানুকূল যন্ত্র (এ চি) ব্যৱহাৰ কৰি সুখৰ দিন অতিবাহিত কৰিছে।

বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত জনতাক সকাহ দিয়া তথা সমাধান সূত্ৰ উলিওৱাৰ বিপৰীতে টুলুঙা মন্তব্য কৰা অধ্যক্ষ দৈমাৰীয়ে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিজে কিদৰে দিন অতিবাহিত কৰিছে সেয়া ‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ।

উল্লেখ্য যে জলবায়ুৱে পূৰ্বৰ তুলনাত এইবাৰ কিছু পলমকৈহে মৌচুমীৰ আগমন ঘটিব বুলি ইতিপূর্বে বতৰ বিজ্ঞানীসকলে সম্ভাৱনা ব্যক্ত কৰিছিল যদিও প্রায় স্বাভাৱিক সময়তে দক্ষিণ-পশ্চিম মৌচুমীয়ে অসমত প্ৰৱেশৰ ক্ষণ গণনা আৰম্ভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই  সদৰী কৰা তথ্য মতে, প্রচণ্ড গৰমৰ মাজতে অসমবাসীলৈ সকাহ কঢ়িয়াই আজি নিশাৰে পৰা পাতলীয়া বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

সদ্যহতে সাত-আঠ মিলিমিটাৰ পৰ্যন্ত বৰষুণৰ সমান্তৰালকৈ ৰাজ্যৰ ঠায়ে ঠায়ে আকৌ ধুমুহা-বৰষুণৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই। উল্লেখ্য যে বিগত কেইদিনৰ দৰে আজিও ৰাজ্যত তাপমাত্রই অভিলেখ সৃষ্টি কৰে। গুৱাহাটীত আজি পাৰাস্তম্ভ উর্ধ্বমুখী হৈ ৩৯ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰাৰ উপক্ৰম ঘটে।

অৱশ্যে প্রচণ্ড গ্রীষ্ম প্রবাহে ৰাজ্যৰ সৰ্বত্ৰ প্রাত্যহিক জনজীৱন অতিষ্ঠ কৰি তোলাৰ সময়তে গুৱাহাটীত আজি বিয়লি ধৰালৈ নামি আহে পাতলীয়া বৰষুণ। একে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননীয়েও মহানগৰবাসীক কিছু সকাহ দিয়ে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি প্ৰচণ্ড গ্রীষ্ম প্ৰবাহৰ সমান্তৰালকৈ বিদ্যুতৰ সঘন কৰ্তনেও ৰাজ্যবাসীক অতিষ্ঠ কৰি তোলে। স্বাভাৱিকতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এপিডিচিএলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে জনতা । লক্ষ্যণীয় যে যোৱা সোমবাৰে লামডিঙত তাপমাত্ৰাৰ হাৰে অভিলেখ সৃষ্টি কৰিছিল।

চহৰখনৰ তাপমাত্রা উর্ধ্বগামী হৈছিল ৩৯.৪ ডিগ্রী চেলচিয়াছলৈ । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ গৱেষক ড: সঞ্চয় অ’ নেইল শ্বই সদৰী কৰা মতে, বৃহস্পতিবাৰৰ পৰা মৌচুমীৰ আগমনৰ সূত্ৰে উৎকট গৰমৰ পৰা অসমবাসীয়ে সকাহ পাব যদিও তাপমাত্রা অতি নিম্ন হোৱাৰ সম্ভাৱনা ক্ষীণ।

তেওঁ লগতে কয় যে বিগত প্রায় এটা সপ্তাহত ৰাজ্যখনত সহিব নোৱৰা গৰমৰ মূলতে আছিল আকাশত মুঠেও মেঘ নথকাটো।

পুৱা সূর্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে প্ৰখৰ ৰ’দৰ বাবে তাপমাত্ৰাৰ হাৰ ক্ৰমাৎ উর্ধ্বমুখী হৈছিল। অৱশ্যে দক্ষিণ-পশ্চিম মৌচুমীয়ে অসমত প্ৰৱেশৰ বাবে অগ্ৰসৰ হোৱাৰ সূত্রে বিগত এটা পষেকত ৰাজ্যখনত সৃষ্টি হোৱা প্ৰচণ্ড গ্রীষ্ম প্রবাহ তুলনামূলকভাবে হ্রাস পোৱাটো স্পষ্ট হৈ উঠিছে ।

আনহাতে মহানগৰীত এপষেক দিন ধৰি অব্যাহত থকা উৎকট গৰমৰ মাজতে বৃহস্পতিবাৰে দুপৰীয়া অহা এজাক মুষলধাৰ বৰষুণে শাত পেলাই গুৱাহাটী মহানগৰবাসীক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 22 AcAssam Legislative AssemblyBiswajit DaimaryResideanceServere ReactionSpeaker
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d