DGP G P Singh Promoted :অসম আৰক্ষীৰ ডিজিপি জি পি সিঙৰ পদোন্নতি

jp singh

DGP G P Singh Promoted :

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ আই পি এছ বিষয়া জি পি সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পদোন্নতি সহ কেন্দ্ৰৰ সঞ্চালক প্ৰধানৰ ৰেংক প্ৰদান কৰে ৷

উল্লেখ্য যে,দেশৰ ১৪ গৰাকীকৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াক কৰ্মদক্ষতা আৰু জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়ে ভাৰত চৰকাৰে ৷

Exit mobile version