Union State Home Minister Nityanand Rai:বাৰ বছৰত দেশৰ ১৫৩২গৰাকী নিৰাপত্তাৰক্ষীৰ আত্মহনণ:কেন্দ্রীয় গৃহৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়

union stste home minister

Union State Home Minister Nityanand Rai:

দেশৰ প্ৰতিৰক্ষা বাহিনীত কৰ্মৰত বিষয়া-জোৱান সকল মানসিকভাৱে ভাগি পৰিছে নেকি ! তেওঁলোকৰ দায়িত্ব বৃদ্ধি পাইছে নেকি ৷ অতিৰিক্ত চাপে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে নেকি ৷ এনে বহুবোৰ প্ৰশ্ন শেহতীয়াকৈ উদ্থাপিত হৈছে ৷

লোকসভাত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে উপস্থাপন কৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷ বিগত ১২ বছৰত দেশৰ ১৫৩২গৰাকী নিৰাপত্তাৰক্ষীয়ে গ্রহণ
কৰিছে আত্মহনণ ৷

২০১১ ৰ পৰা Capfs আৰু এন এছ জি আৰু আসাম ৰাইফলছত কৰ্মৰত ১৫৩২গৰাকী জোৱানে গ্ৰহণ কৰে চৰমপন্থা

এই ভয়ংকৰ চিত্ৰই নিৰাপত্তা বাহিনী কেইটাত কৰ্মৰত জোৱান সকল মানসিকভাৱে ভাগি পৰি এই ধৰণৰ চৰমপন্থা বাচি লৈছে ৷

Exit mobile version