Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আফগানিস্তান সংকটৰ পৰিণতিত ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ

ভাৰতৰ শুকান ফলৰ বজাৰত জ্বলিছে জুই : এসপ্তাহত মূল্যবৃদ্ধিৰ অভিলেখ

publisher by publisher
August 25, 2021
in India, News
Reading Time: 1 min read
0
আফগানিস্তান সংকটৰ পৰিণতিত ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

তালিবানৰ কাবুল দখলৰ পাছতে দিল্লীসহ ভাৰতৰ প্রায় সর্বত্র। শুকান ফলৰ বজাৰত মূল্যবৃদ্ধিয়ে নতুন অভিলেখ ৰচনা কৰিছে। একে সময়তে দেশৰ সতেজ ফলমূলৰ বজাৰতাে মাত্রাধিক হাৰত মূল্যবৃদ্ধি হৈছে। হিং, ইলাচি, গৰম মচলাৰ বজাৰতাে ব্যাপক মূল্যবৃদ্ধি প্রত্যক্ষ হৈছে। আখৰােট, কাজু বাদাম, কিচমিচৰ দৰে বহুল ব্যৱহৃত শুকান ফলৰ মূল্য বিগত এসপ্তাহত সর্বোচ্চ শিখৰত আৰােহণ কৰিছে।

ADVERTISEMENT

একে সময়তে ভাৰতৰ সাজ-পােছাক, দৰৱ, চিকিৎসা সৰঞ্জাম, চিমেন্ট, চেনি, কম্পিউটাৰৰ যি বিশাল বজাৰ কাবুলসহ সমগ্র আফগানিস্তানত গঢ় লৈ উঠিছিল, সেই বজাৰখনাে এতিয়া বাধাগ্রস্ত হ’ল। সকলােবােৰ পণ্যবাহী ট্রাক সম্প্রতি আবদ্ধ হৈ আছে ৱাঘা সীমান্তৰ ইপাৰে। ভাৰতীয় পণ্য এক বিশাল অংশ ইমানদিনে ব্রাঘা সীমান্ত অতিক্রম কৰি আফগানিস্তানত প্ৰৱেশ কৰিছিল।

তালিবানৰ কাবুল দখলৰ পাছত ব্যাপক অনিশ্চয়তাৰ মাজত আছে ভাৰত- আফগানিস্তানৰ ৰপ্তানি- আমদানি বাণিজ্য। উভয় দেশৰ মাজত ডেৰশ কোটি ডলাৰাে অধিক মূল্যৰ বাণিজ্যৰ ভৱিষ্যৎ সম্প্রতি একেদৰে অন্ধকাৰাচ্ছন্ন। আফগানিস্তান । পুনৰ তালিবানে দখল কৰাৰ পাছতে সমগ্র উপ-মহাদেশত আতংকৰ সৃষ্টি হৈছিল আৰু একে সময়তে ভাৰতে আফগান মূলুকৰ লগত ৰপ্তানি-আমদানি বাণিজ্যৰ ভৱিষ্যতক লৈও চিন্তিত হৈছিল।

ভাৰতৰ ৰপ্তানি বাণিজ্যৰ এক বৃহৎ অংশ নিৰ্ভৰ কৰি আহিছে আফগানিস্তানত। সেয়েহে কাবুল পুনৰ তালিবানে দখল কৰাত স্বাভাৱিকতে উদ্বিগ্ন হৈছে। ভাৰত চৰকাৰ। ২০০১ত আমেৰিকাৰ সেনা বাহিনী আফগানিস্তানত নিয়ােজিত হােৱাৰ পাছৰে পৰা আফগানিস্তানৰ স’তে ভাৰতৰ ৰপ্তানি-আমদানি বাণিজ্য ক্রমে বৃদ্ধি পাবলৈ ধৰিছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত আফগানিস্তানৰ স’তে ভাৰতৰ বাণিজ্যৰ পৰিমাণ ডেৰশ কোটি ডলাৰলৈ বৃদ্ধি পাইছিল।

বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ অধিক বৃদ্ধি হৈছিল। উল্লেখ্য যে ভাৰতৰ বজাৰত শুকান ফল আৰু গৰম মচলাৰ যি চাহিদা আছে, ইয়াৰ ৮৫ শতাংশই আফগানিস্তানৰ পৰা ইমান দিনে ভাৰতে আমদানি কৰিছিল। সতেজ ফলমূলৰ লগতে আফগানিস্তানৰ পৰা ভাৰতলৈ অনা হৈছিল আখৰুট, কাজু বাদাম আনজিৰ, এপ্রিকট, কিচমিচ, সুগন্ধি হিং, ডুমুৰ, পেষ্টাৰ দৰে শুকান ফল।

আনহাতে, ভাৰতে আফগানিস্তানলৈ মূলত ৰপ্তানি কৰিছিল নানা ধৰণৰ সাজ-পােছাক, জীৱনদায়ী আৰু অন্যান্য দৰৱ, চিকিৎসাৰ সৰঞ্জাম, কম্পিউটাৰ, হার্ডৱেৰ সামগ্রী,চিমেণ্ট, চেনি আৰু কৃত্রিম ফাইবাৰ। উভয় দেশৰ আমদানি-ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত ভাৰত যথেষ্ট আর্থিক দিশত লাভৱান হৈছিল। কিয়নাে আফগানিস্তানৰ পৰা ভাৰতে শুকান ফলমূল আৰু মচলা সর্বাধিক আমদানি কৰিলেও সেইখন দেশলৈ ভাৰতে ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ অধিক আছিল।

কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যাত প্রকাশ পােৱা অনুসৰি, বিগত পাঁচ বছৰত আফগান মূলুকত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৬৩ শতাংশ বৃদ্ধি পাইছিল। ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতে আফগানিস্তানলৈ ৮২ কোটি ৫০ লাখ ডলাৰ মূল্যৰ পণ্য সামগ্ৰী ৰপ্তানি কৰিছিল। আনহাতে, একেটা বিত্তীয় বৰ্ষতে ভাৰতে আফগানিস্তানৰ পৰা ৫০ কোটি ৯০ লাখ ডলাৰ মূল্যৰ সা-সামগ্রী আমদানি কৰিছিল।

এই পৰিসংখ্যাৰ পৰাই বুজিব পাৰি ভাৰতীয় অর্থনীতিৰ বাবে আফগানিস্তানৰ গুৰুত্ব কিমান। কেৱল ভাৰতৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পােৱাই নহয়, বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ নিৰিখত আফগানিস্তানৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণে ৭৪ শতাংশ বৃদ্ধি পাইছিল। তালিবানৰ স’তে এই মুহূৰ্তলৈকে ভাৰতৰ কোনাে বাণিজ্য চুক্তি স্বাক্ষৰিত হােৱা নাই। সেয়েহে উভয় দেশৰ আমদানি-ৰপ্তানি বাণিজ্যৰ ভৱিষ্যতক লৈ তালিবানৰ কাবিল দখলৰ পাছত সংশয় আৰু উৎকণ্ঠা বৃদ্ধি পাইছে।

স্মর্তব্য যে আফগানিস্তানৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে ২০০১ বৰ্ষৰ পৰা ভাৰতে উক্ত দেশখনত বিগত দুই দশকত ৩০০ কোটি ডলাৰ বিনিয়ােগ কৰিছিল। এই বিনিয়ােগৰ ভিতৰত আছিল আফগানিস্তানৰ স’তে যৌথভাৱে ইৰানৰ ছাবাহাৰ সমুদ্র বন্দৰ নিৰ্মাণৰ অভিলাষী প্রকল্পও। একেদৰে আফগানিস্তানত বাটপথ নির্মাণ, বান্ধ নির্মাণ, বিদ্যুতৰ পৰিবহণ, বিদ্যালয়-চিকিৎসালয় নির্মাণ আৰু উন্নয়নসহ ৪০০ ৰাে অধিক আঁচনি ৰূপায়ণত ভাৰতে ধন বিনিয়ােগ কৰিছিল। এনে বিনিয়ােগক লৈও তালিবানৰ কাবুল দখলৰ পাছত স্বাভাৱিকতে উদ্বিগ্ন হৈছে দিল্লী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanDELHIKabulTaliban
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d