Govt Officer Arrested In Guwahati:ঘোচ লৈ পুনৰ হাত দাঙিলে চৰকাৰী বিষয়াই

ঘোচ হাতে-লোটে ধৰা পৰিল গুৱাহাটী সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক মুক্তাৰ আহমেদ

govt officer arrested

Govt Officer Arrested In Guwahati:

ঘোচখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকে ৰাজ্যজুৰি অব্যাহত থকা অভিযানৰ মাজতে পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী বিষয়া ৷

গুৱাহাটী সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক মুক্তাৰ আহমেদক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version