Cricket World Cup Trophy To Guwahati:এদিনীয়া ক্রিকেট বিশ্বকাপৰ ট্ৰফী অনা হ’ব গুৱাহাটীলৈ !

icc cricket

Cricket World Cup Trophy To Guwahati:

গুৱাহাটী ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে এটা ভাল খবৰ  ৷ এদিনীয়া ক্রিকেট বিশ্বকাপৰ ট্ৰফী অনা হ’ব গুৱাহাটীলৈ ৷    ১৩ ছেপ্তেম্বৰত দশৰ্কে স্বচক্ষে চাব পৰাকৈ ট্ৰফীটো ৰখা হ’ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, টাউন ক্লাব আৰু ছাউথ পইণ্ট স্কুলত ৷

এই কথা সদৰি কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ৷ আনহাতে সভাপতি গৰা উল্লেখ কৰে যে ২৫ ছেপ্টেম্বৰত প্ৰস্তুতি মেচসমূহৰ টিকট মুকলি কৰিব আই চি চি-এ ৷

Exit mobile version