Dispur Press Club Annual Awards:
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰা হয় ।
দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক বিবৃতিযোগে প্ৰেছ ক্লাবৰ বঁটা প্ৰাপক সকলোৰ নাম সমুহ ঘোষণা কৰে ।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে —
১/ সম্পাদক বঁটা -সঞ্জীৱ কুমাৰ ফুকন
( দৈনিক জনমভূমি ),
২/ সাংবাদিকতা বঁটা –ভবেন দত্ত
( অসমীয়া প্ৰতিদিন )
হেমন্ত শৰ্মা
( ডি ৱাই ৩৬৫ )
সুনীল বৰা
( নিউজ লাইভ )
৩/ ফটো সাংবাদিকতা বঁটা -সমৰেন্দ্ৰ শৰ্মা
( দ্য আসাম ট্ৰিবিউন )
৪/ ভিডিও সাংবাদিকতা বঁটা–অবণী বেজবৰুৱা
( প্ৰতিদিন টাইম )
৫/ক্ৰীড়া সাংবাদিকতা বঁটা-সুষিম ৰঞ্জন ঘোষ
(দৈনিক অসম )
৬/ নিউজ এংকৰ বঁটা-পূবালী শৰ্মা ( এন বি লাইভ )
৭/ কৰ্মযোগী বঁটা –বিশ্বজিৎ ফূকন( বিধায়ক, সৰুপথাৰ )
৮/ জনহিতৈষী আৰক্ষী বঁটা-দিগন্ত বৰা (আই পি এছ )
গুৱাহাটী মহানগৰ আৰক্ষী আযুক্ত
৯/জন সেৱা বঁটা-অৰ্জুন ছেত্ৰী
( ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় )
১০/অভিনেতা বঁটা-প্ৰসেনজিৎ বৰা ( অভিনেতা )
১১/সম্প্ৰীতি বঁটা-নুৰুল হক
( প্ৰাক্তন ছাত্ৰ নেতা )
১২/ যুৱ বন্ধু বঁটা-হিমু ৰাজবংশী
( কাৰ্ষবাহী পাৰিষদ, কে এ চি )
১৩/ সমাজহিতৈষী বঁটড°ফণিধৰ অধিকাৰী( শিক্ষাবিদ )
১৪/উদ্যোগী বঁটা -মনোজ ছৰাফ
( উদ্যোগী )
১৫/ যুৱ ৰাজনীতিক বঁটা-মানস প্ৰতীম দাস
( ৰাজনীতিক )
১৬/উদীয়মান কণ্ঠশিল্পী বঁটা-দীপান্বিতা ডেকা
(কণ্ঠ শিল্পী )
১৭/ অভিনেত্ৰী বঁটা-ৰিচা ছেত্ৰী ( অভিনেত্ৰী )
১৮/ সংবাদ বান্ধৱ বঁটা-চন্দন শইকীয়া
( তথ্য আৰু জনসংযোগ বিভাগ )
১৯/ ইউটিউবাৰ বঁটা –ধনশ্ৰী বৈশ্য
( মহিলা ইউটিউবাৰ )
২০/
সাহসী বঁটা -বিকাশ বৰুৱা
( বীৰ লাচিত সেনা )
২১/ অগ্ৰণী মহিলা বঁটা-দিপালী বৰ্মন
বিশিষ্ট সমাজকৰ্মী
২২/ প্ৰগতি বঁটা-পৱন আগৰৱালা
বিশিষ্ট সমাজকৰ্মী , ব্যৱসায়ী
২৩/ সাংবাদিক সংগঠক কল্যাণ বঁটা-শংকৰ গোহাঞি,
সদৌ অসম সাংবাদিক কল্যাণ ন্যাস
অহা ২৬ আগষ্টত দিছপুৰ লাষ্টগেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হ’ব ।