Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে

“দৈনিক অগ্ৰদূত’ৰ জ্যেষ্ঠ সংবাদকর্মী মণিপ্রভা বৰাসহ ৪১ জনক সম্বৰ্ধনা

publisher by publisher
March 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

100 days Achievement Of the Ministry Of AYUSH:গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান (হোমিঅ’পেথি)ৰ উদ‍্যোগত ‘আয়ুস মন্ত্ৰালয়ৰ ১০০ দিনৰ কৃতিত্ব’ শীৰ্ষক সংবাদমেল

MP Abdul Khalleqs Press Conference:সাংসদ আব্দুল খালেকৰ সংবাদমেল

Sahid Kamala Saikia Memorial Celebration:আপকু-জাফাৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়া-প্ৰয়াত ভবেশ শইকীয়াৰ স্মৃতিচাৰণ সভা

Foundation Day of Dispur Press Club:

গুৱাহাটীস্থ জ্যেষ্ঠ-কনিষ্ঠ সর্বস্তৰৰ সাংবাদিক- সংবাদকর্মীৰ উমৈহতীয়া অনুষ্ঠান দিছপুৰ প্ৰেছ ক্লাবে সগৌৰৱে নটা বৰ্ষত খোজ দিলে। বিভিন্ন ঘাত-প্রতিঘাত আৰু প্ৰত্যাহ্বান নেওচি নৱম বৰ্ষত ভৰি দিয়াৰ প্ৰাকক্ষণত আজি দিছপুৰ প্ৰেছ ক্লাবে ব্যতিক্রমী পদক্ষেপেৰে দিছপুৰস্থিত লোকনির্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্রবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তীসহ বহু কেইজন জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত অষ্টম বার্ষিক প্রতিষ্ঠা দিৱস উদ্‌যাপন কৰে।

ADVERTISEMENT

আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবে ‘দৈনিক অগ্ৰদূত’ৰ জ্যেষ্ঠ সংবাদকর্মী মণিপ্রভা বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সংবাদকর্মী মনোজ মোহন দত্ত, কৃপা বর্মন, সাংবাদিক ক্ৰমে মৰিগাঁৱৰ অজিত শৰ্মা, ডিব্ৰুগড়ৰ সুৰজ দত্ত, গুৱাহাটীৰ বনজিৎ ঠাকুৰীয়া, লাহোৱালৰ কাঞ্চনজ্যোতি গোঁহাই, যোৰহাটৰ ঋতুৰাজ বৰা, গুৱাহাটীৰ ভিডিঅ’ সাংবাদিক জাকিৰ হুছেইন আখতাৰ, বিপুল মেধি, গৰিমা শৰ্মা, ধীৰেন শৰ্মা, সাংবাদিক কাকলি কলিতা, হিমাংশু অনুপম, লাহোৱালৰ প্ৰাঞ্জল গগৈ, ৰুৱা, ফটো সাংবাদিক ৰূপজ্যোতি শৰ্মা, পংকজ মেধি, ভিডিঅ’ চম্প কলিতা, মালতি বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে, অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাত দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে জন্মলগ্নৰে পৰা দিছপুৰ প্ৰেছ ক্লাবে ৰাইজৰ লগতে সাংবাদিকৰ হিতৰ স্বাৰ্থত কাম কৰি আহিছে বুলি উল্লেখ কৰি কয় যে ২০১৫ত গুৱাহাটী মহানগৰীত কৰ্মৰত একাংশ সাংবাদিক আৰু সংবাদকর্মীক লৈ দিছপুৰ প্ৰেছ ক্লাব গঠন কৰা হৈছিল।

জন্মলগ্নৰে পৰা দিছপুৰ প্ৰেছ ক্লাবে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংবাদিকতাকে ধৰি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা, সমাজৰ হিতৰ হৈ কাম কৰি অহা ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে।

আজিৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বিষয়া মঞ্জৰি বৰঠাকুৰ, অভিনেতা দিলীপ কুমাৰ বৰুৱা, যুৱ উদ্যোগী দীপক কোঠাৰী, অতিৰিক্ত কৰ আয়ুক্ত মিফটাউদ্দিন আহমেদ, সাহিত্যিক মঞ্জুলা গোস্বামী, যুৱ নেতা হৃষিকেশ শর্মা, পংকজ প্রতিম ডেকা, চেলিমূল ইছলাম, চিকিৎসক মাফুজুৰ ৰহমান, সমাজকর্মী নৱকান্ত কামান, খগেন দাস, চুবুৰ আলী, নেকিবুৰ ৰহমান, মীনপালক ৰন্টু শ‍ইকীয়া, সৌন্দৰ্য পৰিচালক ভাস্কৰ শ‍ইকীয়া, সমাজকৰ্মী সন্দীপ আগৰৱাল, বিক্ৰম সেন, গীতিকাৰ ত্রিনয়ণ হাজৰিকা, আৰক্ষী বিষয়া নবুল আহমেদ আৰু মীনপালক শিৱাজী ডেকাক সম্বর্ধনা জ্ঞাপন কৰে।

ইফালে, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি গিৰিন্দ্ৰ কুমাৰ শ‍ইকীয়াই ভাষণত কাৰোবাৰ স’তে প্ৰতিদ্বন্দ্বিতা কৰি দিছপুৰ প্ৰেছ ক্লাব গঠন হোৱা নাছিল বুলি মন্তব্য কৰি কয় যে দিছপুৰ প্ৰেছ ক্লাব গঠনৰ আগতেও অসমত সক্ৰিয় অৱস্থাত বহু প্ৰেছ ক্লাব আছিল।

দিছপুৰৰ আশে-পাশে কৰ্মৰত সাংবাদিক তথা সংবাদকর্মীসকলৰ প্ৰয়োজনীয়তা পূৰণৰহে ই এটা অংশ আছিল। সভাত ভাষণ দি জ্যেষ্ঠ সাংবাদিক অচ্যুৎ পাটোৱাৰীয়ে গুৱাহাটী প্ৰেছ ক্লাব থাকোতে দিছপুৰ প্ৰেছ ক্লাবৰ প্রয়োজন কিয় এই সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ প্ৰসংগ টানি তেওঁ কয়, ‘আজি ইমান আনন্দ লাগিছে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো।

এইদৰে জ্যেষ্ঠ সংবাদিকসকলক ইয়াৰ আগতে এনেদৰে একেখন মঞ্চত দেখা নাছিলো। যুৱ সাংবাদিকসকলৰ আজি মনবিলাক উজ্জ্বল। তেওঁ জ্যেষ্ঠ-কনিষ্ঠ সকলো সাংবাদিক এক হৈ কাম কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে অনুপমা ডেকা, দর্শনা বৰুৱা আদি শিল্পীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট লেখক-সমালোচক শংকৰ দাস, ৰণেন কুমাৰ গোস্বামী, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্তা, গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক সবিতা লহকৰ, ডিএ নিউজ প্লাছৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া আদিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 7th Foundation DayDispur Press ClubFelicitation Of Journalists
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d