Assam Assembly Autumn Session: ১১ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ চলিত বৰ্ষৰ শৰৎকালীন অধিৱেশন

assam assembly new bhawan

Assam Assembly Autumn Session:

পঞ্চদশ অসম বিধান সভাৰ ২০২৩ বৰ্ষৰ শৰৎকালীন অধিৱেশন অহা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। ৫ দিন ধৰি চলিবলগীয়া এই অধিবেশনৰ অহা ১৫ ছেপ্টেম্বৰত অন্ত পৰিব।

Exit mobile version