jagiroad Deadbody Recovery:জাগীৰোডত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ.

jagiroad thana

jagiroad Deadbody Recover:

জাগীৰোডৰ সিন্ধিশৰত উদ্ধাৰ হৈছে এটা অৰ্ধগলিত মৃতদেহ

সদাব্যস্ত পথৰ কাষৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

পাছত ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো কমলা ৰাভা বুলি চিনাক্ত কৰে ৷

উল্লেখ্য যে,যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল কমলা ৰাভা ৷ এইয়া আত্মহত্যা নে হত্যা এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Exit mobile version