Elephant Teeth Seized:কামাখ্যা ৰে’ল ষ্টেচনত হাতীৰ দাঁত সহ এজনক আটক

joshi

Elephant Teeth Seized:

কামাখ্যা ৰে’ল ষ্টেচনত হাতীৰ দাঁত সহ এজনক আটক

মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত জি আৰ পিয়ে আজি জব্দ কৰে হাতীৰ দাঁত।

 

জি আৰ পিয়ে বিশেষ সূত্ৰৰ পম খেদি অৰুণাচলৰ পৰা কামাখ্যা অভিমুখী লাচিত এক্সপ্রেছ খন কামাখ্যা ৰে’ল ষ্টেচনত ৰোৱাৰ লগে লগে অৰ্তকিতে অভিযান চলায় ৷

জি আৰ পিয়ে তালাচী চলাই এজন সৰবৰাহকাৰীৰ পৰা ২.৩০০ কেজি ওজনৰ এটি হাতীৰ দাঁত জব্দ কৰে৷ধৃত সৰবৰাহকাৰীজনৰ নাম ৰাজস্থানৰ সন্দীপ যোশী ৷

Exit mobile version