Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Supreme Court Stays NRI Quota Admissions In Medical : চিকিৎসা মহাবিদ্যালয়ত প্ৰৱাসী ভাৰতীয়( এন আৰ আই)ৰ কোটা প্ৰদানত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

publisher by publisher
August 25, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Supreme Court Stays NRI Quota Admissions In Medical : চিকিৎসা মহাবিদ্যালয়ত প্ৰৱাসী ভাৰতীয়( এন আৰ আই)ৰ কোটা প্ৰদানত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Supreme Court Stays NRI Quota Admissions In Medical :

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাজ্য চৰকাৰৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে লোৱা সিদ্ধান্ত অনুসৰি প্ৰৱাসী ভাৰতীয়ৰ সন্তানৰ বাবে মেডিকেল আসন সংৰক্ষণ ব্যৱস্থাক স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ৷

ADVERTISEMENT

হাদিউজ জামান লস্কৰ নামৰ লোকজনে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক ৰিট আবেদন দাখিল কৰিছিল ৷ এই ৰিট আবেদনৰ ওপৰত ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত দুজনীয়া খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ অন্তত শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক স্থগিতাদেশ জাৰি কৰে৷

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৫ জুনত অনুষ্ঠিত ৰাজ্য কেবিনেট বৈঠকত প্ৰবাসী ভাৰতীয়ৰ বাবে ১৫ শতাংশ আসন সংৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সিদ্ধান্ত অনুসৰি প্ৰবাসী ভাৰতীয় চৰকাৰৰ ৰাজকোষত দিব লাগিব ২০ লাখ টকা৷ এই সিদ্ধান্তক এক হঠকাৰী আৰু অপৰিপক্ব বুলি অভিহিত কৰে ৰাজ্যৰ সচেতন মহলে৷সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এখন সংবাদমেলত উল্লেখ কৰি কয়,এইয়া চৰকাৰে মেডিকেল আসন বিক্ৰীৰ পৰিকল্পনা ৷ প্ৰবাসী ভাৰতীয়ই টকা দি আসন লোৱাৰ দৰে গৰ্হিত কৰা কাৰ্য বুলি অভিহিত কৰিছিল ৰাইজৰ দলে ৷

ৰাজ্যৰ সচেতন মহল আৰু বহু কেইগৰাকী শিক্ষাবিদৰ সমালোচনাকো নেওচি প্ৰবাসী ভাৰতীয়ৰ সন্তানৰ মেডিকেলত নাম ভৰ্তিৰ বাবে প্ৰাৰম্ভিক নিয়মাৱলী প্ৰস্তুত বাবে পদক্ষেপ লয় ৷ আনহাতে কিছুদিন পূৰ্বে সম্পন্ন হৈ যোৱা মেডিকেল নামভৰ্তিত ১৫ শতাংশ আসনৰ সংৰক্ষণৰ সূযোগ লাভ কৰে প্ৰবাসী ভাৰতীয়ৰ সন্তানে ৷অৰ্থাৎ নিট পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নাম ভৰ্ত্তি কৰে টকাৰ বিনিময়ত ৷ আনহাতে নামভৰ্ত্তিৰ পৰা পৰা বঞ্চিত হয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বহু মেধাবীয়ে ৷

ইয়াৰ পৰৱৰ্তী সময়ত হাদিউজ জামান লস্কৰ নামৰ সচেতন লোকজনে চৰকাৰৰ উল্লিখিত কাৰ্যৰ বিৰুদ্ধে দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়ত ৷ অৱশেষত ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুক্ৰবাৰে ৰাজ্যৰ মেডিকেলত এন আৰ আইৰ বাবে ১৫ শতাংশ আসন সংৰক্ষিত সিদ্ধান্তক স্থগিতাদেশ জাৰি কৰাৰ লগতে ৰাজ্যৰ মেডিকেল কলেজত এন আৰ আইৰ নামভৰ্তিতো স্থগিতাদেশ জাৰি কৰে ৷

এনে প্ৰেক্ষাপটত আজি সৰ্বোচ্চ ন্যায়ালয়ৰ এই স্থগিতাদেশৰ পাছত ৰাজ্য চৰকাৰৰ ভূমিকা পৰৱৰ্তী সময়ত কি হ’ব ৷ সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Admissions In MedicalCm Himanta Biswa SarmaNRI QuotaSupreme Court Stays
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d