Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ashok Singhal :ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত মন্ত্ৰী অশোক সিংহল

পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ তিনিমহীয়া প্ৰত্যাহ্বান কাৰ্যসূচীৰ শুভাৰম্ভ

publisher by publisher
August 28, 2023
in India, Assam, News
Reading Time: 1 min read
0
Ashok Singhal :ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত মন্ত্ৰী অশোক সিংহল
3
SHARES
26
VIEWS
ShareShareShareShare

Ashok Singhal :

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

ADVERTISEMENT

পৌৰসভাসমূহৰ বিভিন্ন কাম-কাজৰ লগতে আজিৰ বৈঠকত মূলতঃ সম্পত্তি কৰৰ মূল্যায়ণ আৰু কৰ সংগ্ৰহৰ বিষয়ে আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে আজি পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে তিনিমহীয়া এক বিশেষ প্ৰত্যাহ্বান কাৰ্যসূচীৰো শুভাৰম্ভ কৰে।

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

অহা ১ ছেপ্টেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ বাবে তেওঁ পৌৰসভাসমূহক নিজৰ লক্ষ্য স্থিৰ কৰি দিয়াৰ লগতে যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে৷ বৈঠকত তেওঁ অনলাইনযোগে গৃহ নিৰ্মাণ আৰু ব্যৱসায়ৰ অনুমতি প্ৰদান তথা আৱৰ্জনা সংগ্ৰহ আৰু ব্যৱস্থাপনাৰো বুজ লয় ৷

আনহাতে মন্ত্ৰী সিংহলে আজি জনতা ভৱনত অন্যান্য কেইবাখনো বৈঠকতো মিলিত হয় ৷ গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ শিলসাকোঁ বিলৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ বিপৰীতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা বিভাগসমূহেৰ হোৱা এক বৈঠকত তেওঁ বিগত চিন্তন শিবিৰৰ নিৰ্ধাৰিত লক্ষ্য আৰু আৰ্জিত সফলতাৰ অগ্ৰগতিৰ বুজ লয় ৷

আনহাতে “মিছন অম্ৰুট”ৰ বিষয়াসকলৰে হোৱা আন এক বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন নগৰীয়া এলেকাত অম্ৰুট অভিযানৰ অধীনত ৰূপায়িত খোৱাপানী যোগান প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিশদ পৰ্যালোচনা কৰে ৷

আজিৰ এই বৈঠকসমূহত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে সংশ্লিষ্ট শাখা বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DispurJanata BhawanMinister Ashok SinghalMunicipality Boardvideo conferencing
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d