Kokrajhar Medical College:
অসমৰ তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ অন্যতম কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আজি এমবিবিএছ প্ৰথম বৰ্ষৰ প্ৰথমটো বেটচৰ পাঠদান আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়।
ADVERTISEMENT