Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Super 20:অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি

publisher by publisher
May 9, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Super 20:অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি
1
SHARES
11
VIEWS
ShareShareShareShare

Super 20:
গোৰ্খা উন্নয়ন পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমী, গুৱাহাটীয়ে ৯ মে’, ২০২৩ তাৰিখে চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত গোৰ্খা সম্প্ৰদায়ৰ ইউপিএছচি-এপিএছচি প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ পৰিসৰত সদৌ অসম বৃত্তি পৰীক্ষাৰ আয়োজন কৰে।উক্ত বৃত্তি পৰীক্ষাত ‘ছুপাৰ ২০’ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হ’ব বিচৰা ৬০০ তকৈও অধিক শিক্ষাৰ্থী্যে অংশগ্ৰহণ কৰে।

ADVERTISEMENT

‘ছুপাৰ ২০’ কাৰ্যসূচী হৈছে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আৰু চাণক্য আইএএছ একাডেমীৰ উত্তৰ-পূব ভাৰতৰ সঞ্চালিকা কুৰঙ্গ নয়নী চেতিয়াৰ এক সপোনৰ প্ৰকল্প য’ত গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলকো সন্মানীয় অসামৰিক সেৱাৰ অংশীদাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

RelatedPosts

No Content Available

super 50 1এই উদ্দেশ্যে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে ৯ মে’ত ঘোষণা কৰা ‘ছুপাৰ ২০’ কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ প্ৰাৰ্থীৰ মাজৰ পৰা ২০ গৰাকী শিক্ষাৰ্থীক বাছনি কৰা হ’ব।

‘ছুপাৰ ২০’ক চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু নিৰ্দেশনা প্ৰদানৰ জৰিয়তে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সাজু কৰি তোলা হ’ব। প্ৰাৰ্থীসকলক চাণক্য আইএএছ একাডেমীৰ উন্নীত ফাউণ্ডেচন পাঠ্যক্ৰমত চাণক্য আইএএছ একাডেমীৰ উত্তৰ-পূব ভাৰতৰ সঞ্চালিকা কুৰঙ্গ নয়নী চেতিয়াৰ নিৰ্দেশনাত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

শিক্ষাৰ্থীসকলক অফলাইন আৰু অনলাইন শ্ৰেণী, দিল্লীৰ বিশিষ্ট শিক্ষক,চাণক্য প্ৰকাশনৰ অধীনত নৱতম আৰু বিস্তৃত অধ্যয়ন সামগ্ৰী, প্ৰাৰম্ভিক আৰু মূল উভয়ৰ বাবে প্ৰশ্নাৱলী, অসামৰিক বিষয়াৰ সৈতে কথোপকথন আৰু সপ্তাহত ৭ দিন পুথিভঁৰালৰ সুবিধা প্ৰদান কৰা হ’ব।

চাণক্য আইএএছ একাডেমীৰ উত্তৰ-পূব ভাৰতৰ সঞ্চালিকা কুৰঙ্গ নয়নী চেতিয়াই কয় যে চাণক্য আইএএছ একাডেমীয়ে শিক্ষাৰ্থীসকলক প্ৰস্তুতিৰ বাবে ৩৬০ ডিগ্ৰী পদ্ধতি প্ৰদান কৰাত বিশ্বাস কৰে। প্ৰস্তুতিৰ স্থিৰ আৰু সাম্প্ৰতিক দিশটোক সমান গুৰুত্ব দিয়া হয়, যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতৰ অসামৰিক কৰ্মচাৰীৰ দৰে চিন্তা, অনুভৱ আৰু কাম কৰিবলৈ অনুপ্ৰাণিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Gorkha CouncilChanaky Ias AcademySuper20
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d