Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

publisher by publisher
September 2, 2023
in Fashion, Health, Lifestyle
Reading Time: 2 mins read
0
Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা
6
SHARES
55
VIEWS
ShareShareShareShare

Lipstick Usage:

আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্ৰত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে।

ADVERTISEMENT

কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ কাৰণ হ’ল মার্কিন যুক্তৰাষ্ট্ৰৰ এদল গৱেষকৰ দাবী।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

এই গৱেষকৰ দলটোৰ মতে, লিপষ্টিক ব্যৱহাৰৰ ফলত এগৰাকী মহিলাৰ বুদ্ধিমত্তা হ্ৰাস পাব পাৰে। কিন্তু কিয়? কাৰণ, লিপষ্টিকত থাকে সেই ধৰণৰ কেতবোৰ ক্ষতিকাৰক উপাদান। গবেষকসকলৰ মতে, লিপষ্টিকত থাকে এক বিশেষ প্ৰকাৰৰ চিচা। সেই চিচাই মানুহৰ বুদ্ধি, আচৰণ আৰু শিকাৰ ক্ষমতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

বিভিন্ন ব্ৰেণ্ডৰ লিপষ্টিক আৰু লিপ গ্ল’জ পৰীক্ষা কৰাৰ পাছত তেওঁলোকে এই বিষয়ত এক প্রতিবেদন তৈয়াৰ কৰিছে। পৰীক্ষাত অধিকাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচা থকাৰ প্ৰমাণ পোৱা গৈছে। সেই চিচাৰ পৰিমাণ বৰ তাকৰ যদিও গৱেষকৰ দলটোৰ মতে, সামান্য পৰিমাণৰ চিচায়ো স্বাস্থ্যত ব্যাপক বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰি চিচাই মানসিক স্থিতিতো বিৰূপ প্রভাৱ পেলায়।

বিশেষকৈ গৰ্ভৱতী মহিলাই চিচাযুক্ত লিপষ্টিক ব্যৱহাৰ কৰিলে, তেওঁৰ গৰ্ভজাত সন্তানৰ স্বাস্থ্যও ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে। গৱেষকসকলে লগতে দাবী কৰিছে যে চিচাৰ প্ৰভাৱ সম্পর্কে সচেতন হ’লেই মহিলাসকলে লিপষ্টিক ব্যৱহাৰ কৰা বাদ দিব।

এইক্ষেত্ৰতো সকলোৰে মনত হয়তো আন এটা প্রশ্ন উদয় হ’ব পাৰে, সকলো কোম্পানীয়ে ব্যৱসায়ৰ স্বাৰ্থতহে লিপষ্টিক তৈয়াৰ কৰে। যদিহে লিপষ্টিকত ব্যৱহৃত চিচা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তেন্তে কোম্পানীবোৰে কিয় নিজৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ’ব পৰা চিচা লিপষ্টিকত ব্যৱহাৰ কৰে? আচলতে কোম্পানীবোৰে জ্ঞাতভাৱে লিপষ্টিকত চিচা প্ৰয়োগ নকৰে।

বৰঞ্চ লিপষ্টিকত প্ৰয়োগ কৰা বিভিন্ন ৰঙতে চিচা থাকে। আনহাতে, গৱেষণাত ৪৫ শতাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচাৰ উপস্থিতি পোৱা নাই। অর্থাৎ চিচা অবিহনেও যে লিপষ্টিক তৈয়াৰ কৰা হয় আৰু সেইবোৰ নিশ্চিন্তমনে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়তো গৱেষকৰ দলটো নিশ্চিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HarmfullHealthLipstick Usageusa Researchers Claim
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d