Bajali Dsp Puskal Gogoi Arrested:চুুপাৰী চিণ্ডিকেটৰ পৰা ধন দাবীৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ বজালী ডিএছ পি পুস্কল গগৈ

অৱশেষত চি বি আইৰ জালত বজালীৰ ডিএছপি পুস্কল গগৈ

dsp puskal gogoi

Bajali Dsp Puskal Gogoi Arrested:

চুুপাৰী ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগত তিনিদিন পূৰ্বে চিআইডিয়ে আটক কৰা বজালীৰ ডিএছ পি পুস্কল গগৈক বিগত তিনিদিন ধৰি চলা মাৰাথান জেৰাৰ অন্তত সোমবাৰে পুৱতি নিশা চিআইডিয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, ধৃত ডিএছপিৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগো শেহতীয়াকৈ উদ্থাপিত হৈছে । এনে প্ৰেক্ষাপটত বহু চৰ্চিত এপিএছ চি কেলেংকাৰীৰ স’তে জড়িত থকাৰ অভিযোগতো জেৰাৰ সন্মুখিন হ’ব পাৰে পুস্কল গগৈ ৷

Exit mobile version