Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bajali Corruption Case Sp Arrested:চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিলে বজালীৰ তদানীন্তন এছ পি সিদ্ধার্থ বুঢ়াগোঁহাইক

গ্ৰেপ্তাৰ বিতৰ্কিত ডিএছপি পুস্কল গগৈক, তিনিদিন মাৰাথান জেৰাৰ অন্তত সোমবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োজন আৰক্ষী বিষয়াক, ধন দাবী কৰা অভিযোগতএছ পি বুঢ়াগোঁহাই আৰু ডিএছ পি গগৈক গ্ৰেপ্তাৰ

publisher by publisher
September 4, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Bajali Corruption Case Sp Arrested:চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিলে বজালীৰ তদানীন্তন এছ পি সিদ্ধার্থ বুঢ়াগোঁহাইক
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Garchuk:ধন দাবী কৰি মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত ভুৱা সাংবাদিক, সহ সংগঠনৰ নেতা

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Judicial Custody:ন্যায়িক জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী-অমৃতপ্রভা মহন্তক, চিআইডি জিন্মাত আছিল দুয়োজন অভিযুক্ত

Bajali Corruption Case Sp Arrested:

চুুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীত ধন দাবী কৰা অভিযোগত অৱশেষত চি আই ডিয় গ্ৰেপ্তাৰ কৰে বজালীৰ পৰা কিছুদিন পূৰ্বে শাস্তিমূলক বদলি হোৱা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাই।

ADVERTISEMENT

বিগত তিনিদিন ধৰি চিআইডিয়ে মাৰাথান জেৰা অব্যাহত ৰখাৰ পাছত সোমবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে এছ পি গৰাকীক।

উল্লেখ্য যে,চুপাৰি ব্যৱসায়ীৰ পৰা ধন দাবী গোচত ইতিমধ্যে বজালী ডিএছ পি সহ কে’বাজনো আৰক্ষী চি আই ডিৰ জালত পৰাৰ পাছত সাজোৰে নাম উদ্থাপিন হৈছিল সদ্য বদলিপ্ৰাপ্ত এছ পি বুঢ়াগোঁহাইৰ নাম ৷

ইয়াৰ মাজতে দেওবাৰে এছ পি গৰাকীৰ বাসগৃহত চিআইডিয়ে চলাইছিল অভিযান। অভিযান চলোৱাৰ পাছত সোমবাৰে এছ পি গৰাকীক চিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ চমন দিয়ে ৷
সেই অনুসৰি সোমবাৰে পুৱা বজালী তদানীন্তন এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাই চিআইডি কাৰ্যালয়ত উপস্থিত হয় ৷চিআইডিয়ে চুপৰি ব্যৱসায়ীৰ পৰা ধন দাবী সন্দৰ্ভত বুঢ়াগোঁহাইক বহু সময় ধৰি মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷  আনহাতে গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ চৰকাৰী আবাস গৃহ ছীল কৰে চি আই ডিয়ে ৷

আনহাতে আজি পুৱাৰ ভাগতে এই একেই গোচৰতে গ্ৰেপ্তাৰ হয় বজালীৰ ডিএছপি পুস্কল গগৈ।

মনকৰিবলগীয়া যে,চুপাৰি ব্যৱসায়িৰ পৰা বজালীৰ ডি এচ পি সহ সাত আৰক্ষীয়ে পাছ কোটি টকা দাবী কৰা বুলি বিস্ফোৰণ অভিযোগ উদ্থাপিত হয় ৷ মাফিয়াৰ ষ্টাইলত ধন দাবী কৰি অসম আৰক্ষীক পুনৰ লজ্জানত কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে থৰকাছুটি হেৰুৱাই আৰক্ষী হেডকোৱাৰ্টাৰ ৷ ডিজিপি আৰু মুখ্যমন্ত্ৰীয়ে এই কাণ্ডৰ স’তে সাঙোৰ খোৱা কোনো এজন বিষয়াই ৰেহাই নাপায় বুলি মন্তব্য কৰে ৷

ইফালে শনিবাৰেই চিআইডিয়ে পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদ ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰিক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ।

দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱাল আৰু তেওঁ স্বামী ববী সিঙক গ্রেপ্তাৰ কৰিছিল ৷

চি আই ডি সুত্ৰে প্ৰাপ্ত খবৰ অনুসৰি গ্ৰেপ্তাৰৰ বাবে গৃহ বিভাগৰ পৰা যাৱতীয় অনুমোদন লাভ কৰাৰ পাছত আন কে’বা গৰাকী আৰক্ষী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

শেহতীয়াকৈ ক্ষীপ্ৰতাৰে চিআই ডিয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এই মুহূৰ্তলৈকে বজালী কাণ্ডৰ স’তে জড়িত হৈ গ্ৰেপ্তাৰ হোৱা আৰক্ষীৰ সংখ্যা বৃদ্ধি পালি নজনলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arrested SP DSPBajali supari SyndicateCIDDemand Money
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d