Baska :বাক্সাৰ বাগানপাৰা বেংঞ্চিমাৰীত অঘটন !

জন্মদিনৰ বুটমাহ খাই অসুস্থ ৩০ জনতকৈও অধিক

food posoning

Baska

বাক্সাৰ বাগানপাৰা বেংঞ্চিমাৰীত অঘটন। জন্মদিনৰ বুটমাহ খাই অসুস্থ হয় ৩০ জনতকৈও অধিক লোক ৷

আনহাতে অসুস্থসকলৰ ভিতৰত আছে কেইবাটাও শিশু। অসুস্থ লোকসকলক ইতিমধ্যে মুছলপুৰৰ চিকিৎসালয়ত ভর্তি কৰাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থসকলক ভৰ্তি কৰা হৈছে নলবাৰীৰ চিকিৎসালয়ত ভর্তি

আক্রান্তসকলৰ অধিকাংশই ভুগিছে পেটৰ বিষ, শৌচ, বমিত ভুগিছে ৷

Exit mobile version