Mla Akhil Gogoi Protest In Assembly Campus:ৰাজ্যত অব্যাহতহ থকা লোডচেডিঙৰ বিৰুদ্ধে বিধানসভা চৌহদত অখিল গগৈৰ ব্যতিক্ৰমী প্ৰতিবাদ

হাতত বিচনী আৰু লেম্প লৈ প্ৰতিবাদ কৰে শিৱসাগৰ বিধায়কজনে

akhil gogogi

Mla Akhil Gogoi Protest In Assembly Campus:

আজিৰে পৰা অসম বিধানসভাৰ নৱ নিৰ্মিত নতুন ভৱনত আৰম্ভ হৈছে পাঁচদিনীয়া  শৰৎকালীন অধিৱেশন।

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনতে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সাব্যস্ত কৰে এক ব্যতিক্ৰমী প্ৰতিবাদ। অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে হাতত লেম্প আৰু বিচনী লৈ সদন চৌহদত অভিনৱ  সাব্যস্ত কৰে বিধায়কজনে।

আনহাতে অখিল গগৈৰ প্ৰতিবাদক লৈ শাসকীয় দনল বিধায়ক প্ৰশান্ত ফুকনে কয়, ‘‘বিদ্যুৎ ফাচী বজাৰত কিনিব পৰা বস্তু নহয়। অৰ্থাৎ অখিল গগৈয়ে বিদ্যুৎ কৰ্তন কৰিলেও প্ৰতিবাদ কৰে, এন এইছ পি চিৰ নিৰ্মাণতো বাধা প্ৰদান কৰে। আমি জনা উচিত সকলো কাম এটা নিয়মৰ মাজেদি চলে ৷

Exit mobile version