Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Autumn Session of Assembly Begins Today:আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

পাঁচদিনীয়া অধিৱেশনত সদনত উদ্থাপন হোৱাৰ সম্ভাৱনা মুঠ ২৩ খন বিধেয়ক

publisher by publisher
September 11, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Autumn Session of Assembly Begins Today:আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Autumn Session of Assembly Begins Today:

আজিৰ পৰা অসম বিধান সভাৰ নতুন ভৱনত আৰম্ভ হৈছে শৰৎকালীন অধিৱেশন ।নতুনকৈ নিৰ্মাণ কৰা বিধানসভা ভৱনত পাঁচ দিনৰ বাবে অনুষ্ঠিত হ’ব এই অধিৱেশন।

ADVERTISEMENT

উল্লেখ্য যে,অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাৰম্ভনীতে নতুন বিধানসভা ভৱনত চৌহদত নিৰ্মাণ কৰি উলিওৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত উপস্থিত থাকে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ,উপাধ্যক্ষ ড:নোমল মুমিন ,সহ শাসক – বিৰোধীৰ বিধায়কসকল।

মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীজীৰ নীতি আৰু আদৰ্শই আমাক সদায়েই জনসেৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। আজি অসম বিধানসভা চৌহদত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই নিজকে পৰম সৌভাগ্যৱান হিচাপে বিবেচনা কৰিছোঁ।

ইয়াৰ পাছতে ৯-৩০ বজাত আৰম্ভ হয় বিধান সভাৰ পাঁচদিনীয়া শৰৎকালীন অধিৱেশন।

প্ৰাপ্ত খবৰ অনুসৰি অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ বিপৰীতে ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়কো উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷

এই বাতৰি যুগুত কৰাৰ সময়ত ৰাজ্যত বিদ্যুতৰ সমস্যা সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সদনত কয়,’অসমত বিদ্যুতৰ নাটনি ৩১, ১, ২ তাৰিখে আছিল। এতিয়া অসমত বিদ্যুতৰ নাটনি বুলি কথা নাই। বিগত ৩ দিন ধৰি নিৰন্তৰভাৱে বিদ্যুৎ সকলো মানুহে পায় আছে। ৩ দিনক বাদ দি অসমত ক’তো লোডশ্বেডিং হোৱা নাই। ভৱিষ্যতে আৰু লোডশ্বেডিং হোৱাৰ সম্ভাৱনা নাই।’

আনহাতে বিধানসভাৰ মজিয়াত ৰাজ্যৰ লোডশ্বেডিঙক লৈ চলা চৰ্চাত অংশগ্ৰহণ কৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়কদ্বয় অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰে।

ইপিনে বিৰোধীয়ে উদ্থাপন কৰা তিনিটা বিষয়ত সভা স্থগিতৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ আহ্বানত সভা স্থগিতৰ প্ৰস্তাৱ স্বীকাৰ কৰে অধ্যক্ষ দৈমাৰী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Legislative AssemblyAutumn sessionBegins Today
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d