Cattle Thief Arrested In Rangalu:চুইফ্ট ডিজায়াৰত অহা গৰু চোৰক ৰাইজৰ পহু খেদা

গভাইত গৰু চোৰক কৰায়ত্ব

cow thift

Cattle Thief Arrested In Rangalu:

নগাঁৱৰ ৰাঙলুত আটক গভাইত গৰু চোৰ ৷ এখন চুইফ্ট ডিজায়াৰত অহা চোৰৰ দলটোক ৰাইজে খেদি খেদি এটা চোৰক ধৰিবলৈ সক্ষম হয় যদিও আন দুই চোৰ তিনি গৰু সহ পলায়ন কৰিবলৈ সক্ষম হয় ৷

ধৃত গৰু চোৰটো চামগুৰিৰ মৌচম আলী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ৰাইজে কৰায়ত্ত কৰা চোৰটোক চমজাই দিয়ে ৰাঙলু আৰক্ষীক ৷

উল্লেখ্য যে, ৰাঙলু আৰু ইয়াৰ পাশ্বৱৰ্তী কে’বা খনো গাঁওত গৰু চোৰে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ আনহাতে অঞ্চলটোৰ এঘৰৰ পৰা চুৰি কৰা দুটা বলধ গৰু ৰাঙলু আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ পমখেদি চামগুৰিৰ সোনাইবালিৰ জাকিৰ নামৰ এজন লোকৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Exit mobile version