Dhubri Police Station Fire:সদৰ থানাত অগ্নিকাণ্ড

জুইত জাহ গ'ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

dhubri police station

Dhubri Police Station Fire:

ধুবুৰী সদৰ থানাত অগ্নিকাণ্ড ৷ বুধবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ যায় বহু মূল্যৱান নথিপত্ৰ ৷

থানা খনৰ এটা কোঠালীত সূত্ৰপাত হোৱা জুইৰে আন কোঠালীলৈ সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনির্বাপক বাহিনী।

অগ্নিনির্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ড ৷

Exit mobile version