Bajali:বজালীৰ সাদেৰীত অঘটন !

শ্বহীদ ৰাউতা মদন উঃ মাঃ বিদ্যালয়ত হঠাতে অসুস্থ কেইবাগৰাকীও শিক্ষার্থী

ill in bajali

Bajali:

বজালীৰ সাদেৰীত অঘটন ৷ সাদেৰীৰ শ্বহীদ ৰাউতা মদন উঃ মাঃ বিদ্যালয়ত হঠাতে অসুস্থ হয় কেইবাগৰাকীও শিক্ষার্থী

হঠাতে মুৰৰ ঘূৰণি আৰু অচেতন হৈ পৰা কেইবাগৰাকী ছাত্ৰীক ভৰ্তি কৰা হয় পাঠশালা চিকিৎসালয়ত ৷

কি কাৰণত হঠাতে ছাত্ৰী কেইগৰাকী অসুস্থ হৈ পৰিছে এই সন্দৰ্ভত জানিব পৰা নাই বিতং তথ্য ৷

Exit mobile version