Heroin Seized In Khatkhati:বোকাজানৰ খটখটিত জব্দ বুজন পৰিমাণৰ হেৰ’ইন

এখনৰ আই টুৱেণ্টি বাহনৰ পৰা ৫৭৫ গ্ৰাম হেৰ'ইন সহ আটক দুই সৰবৰাহকাৰীক

khatkhati

Heroin Seized In Khatkhati:

কাৰ্বি পাহাৰৰ খটখটীত পুনৰ জব্দ বুজন পৰিমাণৰ হেৰ’ইন ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষী দল এটাই বিশেষ খবৰৰ ভিত্তিত এখনৰ আই টুৱেণ্টি বাহনৰ পৰা জব্দ কৰে ৫৭৫ গ্ৰাম হেৰ’ইন।

ADVERTISEMENT

৪৫টা চাবোনৰ বাকচত ভৰ্তি কৰি অনা হৈছিল হেৰ’ইন খিনি ৷ আৰক্ষীয়ে দুই সৰবৰাহকাৰী নগাঁৱৰ আঝাৰ উদ্দিন আৰু নুৰ উদ্দিনক আটক কৰে ৷

জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি অনুমান কৰিছে খটখটী আৰক্ষীয়ে ।

Exit mobile version