Bolero Pickup Van With Arunachali Liquor Seized:শ্ৰীৰামপুৰত অৰুণাচলী সুৰাসহ বলেৰ’ পিকআপ ভান জব্দ

sri rampur

Bolero Pickup Van With Arunachali Liquor Seized:

অসম – পশ্চিমবংগৰ সীমান্তৰ্ৱতী শ্ৰীৰামপুৰত আৰক্ষীৰ মাৰাথন অভিযান ৷ যোৱা নিশা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ অৰুণাচলী সুৰা

উল্লেখ্য যে, শ্ৰীৰামপুৰ প্ৰৱেশদ্বাৰত নিশা আৰক্ষীয়ে চলাই আছিল নিয়মীয়া তালাচি ৷ আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰে এখন বাহন খন ৷ পাছত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে বাহন খনত তালাচি চলাই অৰুণাচলী সুৰা জব্দ কৰে ৷

Exit mobile version