Seba Officer Arrested In Guwahati:ঘোচ লৈ দাঙিলে ছেবাৰ দুই বিষয়া- কৰ্মচাৰী

মেট্ৰিকৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ নামত লৈছিল উৎকোচ

bribes 1

Seba Officer Arrested In Guwahati:

অসম মাধ্যমিক শিক্ষা পৰিষদ(ছেবা)ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান। এইবাৰ হাত দাঙিলে ছেবাৰ দুই বিষয়া- কৰ্মচাৰীয়ে

উৎকোচ লৈ হাতে-লোটে আটক হয ছেবাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহায়ক চৈয়দ আৰিছুদ্দিন আহমেদ ৷

উল্লেখ্য যে,মেট্ৰিকৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ নামত উৎকোচ লৈছিল আটকাধীন বিষয়া- কৰ্মচাৰীদ্বয়ে ৷ এই অভিযোগৰ ভিত্তিতে আজি দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে অভিযান চলাই ঘোচ লৈ থকা অৱস্থাতে আটক কৰে দুয়োজন ছেৱাৰ বিষয়া- কৰ্মচাৰীক ৷

Exit mobile version