1.10crore Cash Seized In Guwahati Railway Station:গুৱাহাটীৰ ৰে’ল ষ্টেচনত ১ কোটি ১০ লাখ নগদ ধন জব্দ ৰে’ল আৰক্ষীৰ

কেৰেলাৰ দুজন লোকক গ্ৰেপ্তাৰ ৰে'ল আৰক্ষীৰ

cash mone seized

1.10 Crore Cash Seized In Guwahati Railway Station:

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণ নগদ ধন ৷ ৰে’ল আৰক্ষীয়ে দুজন লোকৰ পৰা জব্দ কৰে প্ৰায় ১ কোটি ১০ লাখ টকা ৷

এই সন্দৰ্ভত আটক কৰে দুজন লোকক ৷ আটকাধীন লোকজন হ’ল কেৰেলাৰ আমেশ মহানন আৰু জিজু জনী ৷ দুয়োজন লোকক ইতিমধ্যে গুৱাহাটী ৰে’ল আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,আটকাধীন লোক দুজনে এয়াৰবেগ লৈ প্লেটৰ্ফমত পাইচাৰি কৰি থাকোতে সন্দেহবশত: ৰে’ল আৰক্ষীয়ে সোধপোছ কৰি বেগটোত তালাচী চলাই এক কোটি দহ লাখ নগদ ধন উদ্ধাৰ কৰে ৷

Exit mobile version