Union Govt.Da:চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি পালে ডি এ !

১ জুলাইৰ পৰা নতুন ডিএ কাৰ্যকৰী হ'ব, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত ডিএ বৃদ্ধিত সিদ্ধান্ত

da

Union Govt.Da:

দূৰ্গাপুজাৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ ৷ বৃদ্ধি পালে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১ জুলাইৰ পৰা নতুন ডি এ চাৰি শতাংশ বৃদ্ধি কৰা হয় ৷

উল্লেখ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ ৪ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই বৃদ্ধিৰ ফলত
কৰ্মচাৰী ডি এ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’ব গৈ । ইয়াৰ পৰা লাভাম্বিত হ’ব পেঞ্চনাৰ সকল ৷

Exit mobile version