Ugratara Devalaya Saiteli Nam-Prasangaআজি উগ্ৰতাৰাত চৈতেলী নাম-প্ৰসংগ বলিৰ বাবে সাজু সাতটা ম’হ

ugratara

Ugratara Devalaya Saiteli Nam-Prasanga:

পৌৰাণিক ধর্মীয় পৰম্পৰাৰে দুৰ্গা পূজাৰ আয়োজনৰ প্ৰস্তুতি চলিছে ঐতিহাসিক উগ্ৰতাৰা দেৱালয়ত । আজিৰ দিনটোলৈকে দেৱালয়ত বলিৰ বাবে ভক্তই সাতকৈ ম’হ দান কৰিছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

ইয়াৰ উপৰি অন্যতম শক্তিপীঠখন কাইলৈ সন্ধিয়া ৬-৩০ বজাৰ পৰা পুৰণি প্ৰসিদ্ধ ছয়গাঁৱৰ বিখ্যাত ছয়গঞা চৈতেলী নাম দলে নাগাৰা নাম পৰিৱেশন কৰিব।

উক্ত কাৰ্যসূচীৰ লগতে দুৰ্গা পূজাৰ কেউটাৰ দিনৰ কাৰ্যসূচীলৈ ভক্তসকলক নিমন্ত্ৰণ জনাইছে দেৱালয় কর্তৃপক্ষই।

Exit mobile version