Ncert:এন চি ই আৰ টিৰ পৰা ইণ্ডিয়া আউট,ভাৰত ইন

ncert

Ncert:

এন চি ই আৰ টিৰ পৰা বিলুপ্তি হ’ব ইণ্ডিয়া শব্দটো ৷ তাৰ পৰিৱৰ্তে নতুন শব্দ হ’ব ভাৰত ৷ পাঠ্যপুথি সংশোধন সম্পৰ্কত গঠিত কমিটিয়ে ইতিমধ্যে এই সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ পাছত এন চি ই আৰ টিয়ে কমিটিয়ে পৰাৰ্মশ গ্ৰহণ কৰি ইণ্ডিয়া শব্দটি বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, কমিটি খনৰ অধ্যক্ষ চি আই ইছাকে এই ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত কৰাৰ সম্পৰ্কত কয়, ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিব লাগে ।

সেই অনুসৰি পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ধ্ৰুপদী ইতিহাস’ৰ প্ৰৱৰ্তনৰ পৰামৰ্শও দিয়া হৈছে ।

Exit mobile version