Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Delimitation of constituency সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আমগুৰিত ক্ষোভৰ জুই

publisher by publisher
June 22, 2023
in Assam, News
Reading Time: 1 min read
0
Delimitation of constituency সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আমগুৰিত ক্ষোভৰ জুই
9
SHARES
93
VIEWS
ShareShareShareShare

RelatedPosts

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

FIR Against SPM ACADEMY :আমগুৰিত SPM, IAS ACADEMY ৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চৰ

AYM Postering Against Miya:মিঞাৰ বিৰুদ্ধে সৰৱ অসমীয়া যুৱমঞ্চ

Delimitation of constituency: সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আমগুৰিত ক্ষোভৰ জুই

ADVERTISEMENT

১০৩ নম্বৰ আমগুৰি বিধানসভা সমষ্টি অসমৰ ভিতৰতে এটা সম্ভ্রান্ত সমষ্টি। প্রাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাৰ পৰা বিষ্ণুৰাম মেধি, খগেন বৰুৱাকে ধৰি প্ৰাক্তন পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ জ্যেষ্ঠ বিধায়ক প্রদীপ হাজৰিকাৰ গৃহ সমষ্টি।

http://সমষ্টি পুনৰ গঠনৰ জৰিয়তে সমষ্টিটো বিলুপ্তকৰণৰ প্ৰস্তাৱ দিয়াত ইয়াৰ বিৰুদ্ধে ক্ষোভৰ উদ্‌গীৰণ হৈছে।

কালি প্ৰকাশিত খচৰাত সমষ্টি বিলুপ্তকৰণৰ তালিকা দেখি আমগুৰিবাসী মর্মাহত হয়। আমগুৰিৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন আমগুৰি নগৰৰ চাৰিআলিলৈ ওলাই আছে;।

কিন্তু পুৱাৰে পৰা নগৰখনত প্ৰশাসনে আগতীয়াকৈ আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰে। প্ৰতিবাদী দল-সংগঠনক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আগুৰি ধৰা সত্ত্বেও চাৰিআলিৰ সোঁমাজত তেওঁলোকে আমগুৰি সমষ্টিৰ বিলুপ্তকৰণ মানি লোৱা নহ’ব বুলি ধৰ্ণা আৰু শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্রতিবাদথলীত কৃষক মুক্তি, ছাত্র মুক্তি সংগ্রাম সমিতি, তাই আহোম যুৱ পৰিষদ (দিলীপ পন্থী), আটাছু, লাচিত সেনা, অসমীয়া যুৱ মঞ্চ, স্বেচ্ছাসেৱী সংগঠন পোহৰ, আম আদমি পার্টিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত আছিল।

উল্লেখ্য যে আমগুৰি/আমগুৰি সমষ্টিটো সম্পূৰ্ণৰূপে খিলঞ্জীয়াৰ বসতি প্রধান এটা সমষ্টি আৰু ২০০১ৰ ভোটাৰ তালিকা মতে থাওৰা সমষ্টিতকৈ আমগুৰি সমষ্টিৰ ভোটাৰৰ সংখ্যা বেছি। তৎসত্ত্বেও কি যুক্তিত থলগিৰি লোকৰ অধ্যুষিত এই সমষ্টিটো বিলুপ্তকৰণৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ল সেইটো ৰহস্যজনক।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টি বিলুপ্ত নহয় বুলি মুখ্যমন্ত্ৰীৰ ভৰসাত নিৰ্ভৰ কৰাৰ পাছত লগতে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটো নিষ্পত্তি নোহোৱাকৈ চৰকাৰে ততাতৈয়াকৈ খচৰা প্ৰকাশ কৰাৰ লগে লগে সকলো স্তম্ভিত হয়।

আমগুৰি সমষ্টি সমন্বয়ৰক্ষী সমিতিৰ হৈ আজি বিপুল বৰকটকীয়ে জিলা উপায়ুক্তৰ যোগেদি নির্বাচন আয়োগলৈ এই সিদ্ধান্তৰ প্ৰতিবাদত এক স্মাৰকপত্ৰ প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AMGURIAssam politicsAssam অসমDelimitation of Constituenciesআমগুৰিসমষ্টি
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d