Results Of Assam Public Service Commission Main Examination Declared:অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মৌখিক সাক্ষাৎকাৰ

apsc

Results Of Assam Public Service Commission Main Examination Declared:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে অসম লোকসেৱা আয়োগে এপিএছচি মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

আজি ঘোষিত হোৱা ২০২৩ ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মৌখিক সাক্ষাৎকাৰ আৰম্ভ হ’ব ১৬ নৱেম্বৰৰ পৰা ৷

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা অনুষ্ঠিত হৈছিল ৮, ৯, ১০ জুলাইত ৷ মনকৰিবলগীয়া যে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৯১৭টা ৰিক্ত পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

Exit mobile version