Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এপিএছচিৰ মূল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাত ন্যায়ালয়ৰ বাধা

চৰকাৰৰ ভাষা বিষয়ৰ প্ৰশ্নকাকত বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান

publisher by publisher
December 23, 2021
in Assam, India, News
Reading Time: 1 min read
0
এপিএছচিৰ মূল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাত ন্যায়ালয়ৰ বাধা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Recruitment in SCERT:ৰহস্যৰ আৱৰ্তত ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সহকাৰী সঞ্চালক হিমশিখা তালুকদাৰৰ নিযুক্তি

Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত

Moran AASU : মৰাণত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়াকৈ UPSC / APSC প্ৰশিক্ষণ শিৱিৰ

ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ মূল পৰীক্ষাৰ পৰা ভাষা বিষয়ৰ প্ৰশ্নকাকত বাতিলৰ সিদ্ধান্ত ‌কাৰ্যকৰী কৰাত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰে । ন্যায়াধীশদ্বয় এন কোটিশ্বৰ সিং আৰু মালাশ্ৰী নন্দীৰ বিচাৰপীঠে চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ অনুমতি নোহোৱালৈকে আয়োগক মূল পৰীক্ষাৰ দিন ঘোষণা নকৰিবলৈ নিৰ্দেশ দিয়ে । আয়োগে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰীত মূল পৰীক্ষা অনুষ্ঠিত হ’ব; কিন্তু ন্যায়ালয়ৰ কালিৰ নিৰ্দেশৰ ফলত দিন ঘোষণা অনিশ্চয়তাত সোমাই পৰে ।

ADVERTISEMENT

উল্লেখ্য যে এপিএছচিৰ মূল পৰীক্ষাত ভাষা বিষয়ৰ এখন প্ৰশ্নকাকত আছে । এই কাকতখনেই হ’ল অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ । অৱশ্যে ৰাজ্যৰ পাহাৰীয়া জিলাকেইখনৰ প্ৰাৰ্থীয়ে ভাষা বিষয়ৰ প্ৰশ্নকাকতৰ উত্তৰ লিখাৰ প্ৰয়োজনীয়তা নাছিল । বিগত ২০১৯ত তদানীন্তন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে যিসকল প্ৰাৰ্থীয়ে দশম শ্রেণীলৈ বাংলা পঢ়া নাই, তেওঁলোকৰ অসুবিধা নোহোৱাকৈ বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীকো ভাষা বিষয়ৰ প্ৰশ্নকাকতখনৰ পৰা ৰেহাই দিয়া হ’ব । সেই সিদ্ধান্ত কাৰ্যকৰীও হয় তেতিয়া একাংশ প্ৰাৰ্থীয়ে ন্যায়ালয়ত আবেদন কৰে পাহাৰীয়া জিলা তিনিখন আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীতকৈ তেওঁলোকে এখন প্ৰশ্নকাকতৰ অতিৰিক্তভাৱে পৰীক্ষাত বহাৰ প্ৰয়োজনীয়তা নিশ্চয় নাই ।

এই বিষয়টোৰ শুনানি চলি থকাৰ মাজতে অসম চৰকাৰৰ যোৱা মাহত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ভাষা বিষয়ৰ প্ৰশ্নকাকতখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় । সেই সিদ্ধান্তৰ বিষয়ে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰে । চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিশেষকৈ অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন বাতিলৰ জৰিয়তে চৰকাৰে ভাষাটোক সংকুচিত কৰাৰহে ষড়যন্ত্ৰ কৰা বুলি বিভিন্ন পক্ষ‌ই সমালোচনা কৰে ।

কেবিনেটৰ সিদ্ধান্তটোক প্ৰত্যাহ্বান জনাই সিদ্ধাৰ্থ শৰ্মা নামৰ এজন লোকে ৮৩/২০২১ নম্বৰত শেহতীয়াকৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে । আবেদনখনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়াধীশদ্বয়ে এপিএছচিক উক্ত নিৰ্দেশ দিয়াৰ লগতে আবেদনখন সম্পৰ্কীয় গোচৰটো মুখ্য ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণৰ সিদ্ধান্ত লয় । কাৰণ এপিএছচি সম্পৰ্কীয় আন গোচৰ মুখ্য ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSCGAUHATI HIGH COURTMalasri NandiN. Kotiswar Singh
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d