Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

UPSC Result: ইউ পি এছ চিৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত সৰ্বভাৰতীয় ৰেংকিঙত পঞ্চম স্থান  তেজপুৰৰ ময়ূৰ হাজৰিকাৰ

অসমৰ সাত জনকৈ মেধাৱী সন্তান উজ্জ্বলি উঠিল ইউ পি এছ চিত

publisher by publisher
May 23, 2023
in Assam, India, News
Reading Time: 2 mins read
0
UPSC Result: ইউ পি এছ চিৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত সৰ্বভাৰতীয় ৰেংকিঙত পঞ্চম স্থান  তেজপুৰৰ ময়ূৰ হাজৰিকাৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

UPSC Result :ঘোষণা হ’ল UPSC মূল পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ’ল ২০১৯ বৰ্ষৰ ইউ পি এছ চিৰ পৰীক্ষাৰ ফলাফল

UPSC Result:

অসমৰ বাবে এটি ভাল খবৰ ৷ ইউ পি এছ চি পৰীক্ষাৰ চূড়ান্ত ফলাফলত সৰ্বভাৰতীয় ৰেংকিঙত পঞ্চম স্থান পাই পুনৰ উজ্জ্বলি উঠিল এজন অসমীয়া ৷

ADVERTISEMENT

দেশৰ ভিতৰতে পঞ্চম লাভ কৰা অসম সন্তানজন হ’ল তেজপুৰৰ ময়ূৰ হাজৰিকা ৷ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ হাজৰিকাৰ সুযোগ্য পুত্ৰ ময়ূৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ।

পিতৃৰ চাকৰিসূত্ৰে তেজপুৰৰ ডনবস্কত অধ্যয়ন কৰা ময়ূৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰাৰ বিপৰীতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফলত নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

অফলাইন ক’চিং অবিহনেই ময়ূৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ পঞ্চম স্থান দখল কৰি সমগ্ৰ অসমতেই আজি উছাহৰ বন্যা বোৱাইছে ৷

উল্লেখ্য যে, বৰ্তমান নগাঁও চহৰৰ আমোলাপট্টিৰ নাওবৈচা ফুকন পথত ভাড়াতীয়া হিচাপে থকা ময়ূৰৰ পিতৃৰ প্ৰকৃত ঘৰ নগাঁও চহৰৰ মিলনপুৰত । তেজপুৰৰ ডনবস্ক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰজনৰ এই কৃতিত্বক সকলোৱে অভিনন্দন জনাইছে ৷

আনহাতে ইউ পি এছ চিৰ ফলাফলত অসমৰ ৭ জনকৈ সন্তান উজ্বলিল ইউ পি এছ চিত ৷ ফলাফলত শীৰ্ষৰ চাৰিটা স্থানত মহিলা। সৰ্বভাৰতীয় তালিকাৰ শীৰ্ষত ঈশিতা কিশোৰ। দ্বিতীয় স্থানত গৰিমা লহিয়া। তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে উমা হাৰাথি এন আৰু স্মৃতি মিশ্র।

উল্লেখ্যে যে অসমৰ সাত জনকৈ সন্তানে ইউ পি এছ চিত স্থান দখল কৰে। নগাঁৱৰ ময়ূৰ হাজৰিকাই পঞ্চম স্থান দখল কৰাৰ বিপৰীতে ২৭১ সংখ্যক স্থানত অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থানত মহম্মদ ইদুল আহমেদ,৬১৯ সংখ্যক স্থানত চৈলেমঠাং ভাইফাই। ৬৬৪ স্থানত ডিমা হাছাওৰ দিক্ষা লাংথাছা ৮৪৮ স্থানত নিবেদিতা দাস আৰু ৮৮১ স্থানত মানসজ্যোতি দাস।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All India RankMayur Hazarika 5th PositionUPSC Result
publisher

publisher

Related Posts

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d