Union Minister Rameshwar Teli’s convoy crashes in Jagiroad:জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

দুৰ্ঘটনাত পতিত হয় কনভয়ৰ চাৰিখনকৈ বাহন, আহত তিনি গৰাকী নিৰাপত্তাৰক্ষী

accident

Union Minister Rameshwar Teli’s Convoy Crashes In Jagiroad:

জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাত পতিত হয় কনভয়ৰ চাৰিখনকৈ বাহন ৷ এই দুৰ্ঘটনাত এখন ইনভা কাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ আহত হয় চালক সহ তিনিগৰাকী দেহৰক্ষী ৷ অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে কেন্দ্ৰীয় গেছ আৰু পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী গৰাকী ৷

উল্লেখ্য যে,কেন্দ্ৰীয় মন্ত্ৰী গৰাকী গুৱাহাটী পৰা কাজিৰঙা অভিমুখে গৈ থকাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটি ৷

Exit mobile version