Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Pressmeet In Cm Office:মহানগৰীত শীৰ্ঘেই নিৰ্মাণ হ’ব ৰিং ৰোড

১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড নিৰ্মাণ হ'ব ৫,৮০০ কোটি টকা ব্যয়ৰে , জনতা ভৱনৰ আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

publisher by publisher
November 4, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Cm Pressmeet In Cm Office:মহানগৰীত শীৰ্ঘেই  নিৰ্মাণ হ’ব ৰিং ৰোড
2
SHARES
16
VIEWS
ShareShareShareShare

Cm Pressmeet In Cm Office:

উত্তৰ – পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটীত অচিৰেই নিৰ্মাণ হ’ব ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড নিৰ্মাণ ৷ প্ৰায় ৫,৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ৰোড ৷
শণিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ADVERTISEMENT

সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটাৰ পৰা কুৰুৱা, কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ হৈ নিৰ্মাণ হ’ব বহু আকাংক্ষিত ৰিং ৰোড।
এই ৰোড চন্দ্ৰপুৰৰ পৰা সোণাপুৰ হৈ যাব জালুকবাৰীলৈ।

RelatedPosts

Assam Cabinet Meeting:শিক্ষকৰ ইএল ১০ দিনৰ বিপৰীতে ১৫ দিনলৈ বৃদ্ধি ৰাজ্যিক কেবিনেট

Apcc Protest:দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Eighth Pay Commission will be formed:নৱবৰ্ষৰ প্ৰথম দিনটোত কইনাধৰাত মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ

আনহাতে জালুকবাৰীৰ পৰা পুনৰ সংযোগ হ’ব বাইহাটাত। আগন্তুক তিনিবৰ্ষ ভিতৰত ৰিং ৰোডৰ কাম সম্পূৰ্ণ কৰা হ’ব । ইফালে কুৰুৱাত ৰিং ৰোডৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হ’ব ছয়লেনযুক্ত এখন সুবিশাল দলং।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,পথ নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম তৰিৎগতিত আৰম্ভ হোৱা বুলি উল্লেখ কৰে ৷ এই প্ৰকল্পৰ ৫০ শতাংশ খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ বিপৰীতে বাকী ৫০ শতাংশ কেন্দ্ৰই বহন কৰিব ।

আনহাতে, কাজিৰঙাত ৫,৫০০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৩৪.২৮ কিলোমিটাৰ দৈৰ্ঘৰ চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰ। উল্লেখ্য যে ৰঙালুৰ পৰা দেওপানীলৈ নিৰ্মাণ হ’ব লগা কৰিডৰ’ৰ দৈৰ্ঘ্য১৯ কিঃমিটাৰৰ ।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে এই প্ৰকল্পক ইতিমধ্যে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে অনুমোদন জনাইছে বুলি গুৱাহাটীত স্বয়ং বিভাগীয় মন্ত্ৰী গাডকাৰীয়ে ঘোষণা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে সুদীৰ্ঘ সংবাদমেলত আৰু কয়, গহপুৰৰ পৰা নুমলীগড়লৈ হ’ব ব্ৰহ্মপুত্ৰ তলৰে নিৰ্মাণ হ’ ব টানেল। এই প্ৰকল্পৰ ব্যয়ৰৰ ৮০ শতাংশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বহন কৰাৰ বিপৰীতে ২০ শতাংশ ব্যয় বহন কৰিব প্ৰতিৰক্ষা মন্ত্ৰনালয়ে ।
আনহাতে বাইহাটাৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই পথছোৱাত হ’ব নিৰ্মাণ কৰা হ’ব ছয়টা বাইবাছ।

মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়ৰ পৰা ভৈয়ামৰ কামাখ্যা ৰে’ল ষ্টেচনলৈ বহু আকাংক্ষিত ১.৬৭ কিলোমিটাৰ দৈৰ্ঘৰ ৰোপৱে’ নিৰ্মাণ কৰা হ’ব বুলি সদৰি কৰে । এই প্ৰকল্পত ব্যয় ১৬০ কোটি টকা ব্যয় হ’ব।

ইপিনে,ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড:শৰ্মাই প্ৰকাশ কৰে যে অহা ডিচেম্বৰত ৰাজ্যৰ ১০ লাখ পৰিয়ালৰ হাতত তুলি দিয়া হ’ব ৰেচন কাৰ্ড। আনহাতে পৰৱৰ্তী সময়ত মুঠ ৪০ লাখ লোকক দিয়া হ’ব ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড লাভ কৰা লোকসকলক এক কিলোগ্ৰামকৈ চাহপাত দিয়াৰ বিবেচনা কৰিছে ৰাজ্য চৰকাৰে।

একেদৰে ৰেচনকাৰ্ড প্ৰাপ্ত লোকসকলক সূলভ মূল্যৰ দোকানীয়ে প্ৰতিমাহৰ মাহৰ ১০-১৬ তাৰিখৰ ভিতৰত সংশ্লিষ্ট সামগ্ৰী দিব লাগিব। আনহাতে ৰেচন সামগ্ৰী দিয়া সপ্তাহটো ৰাজ্য চৰকাৰে অন্ন সেৱা সপ্তাহ হিচাপে বিবেচিত কৰিব ।

মুখ্যমন্ত্ৰীয়ে ,ৰাজহ বিভাগৰ অধীনত বসুন্ধৰা আঁচনিত ইতিমধ্যে আবেদন কৰা ১ লাখ ৬০ হাজাৰ আবেদন চৰকাৰে অনুমোদিত হৈছে বুলি সদৰি কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Cm Himanta Biswa Sarmacm OfficeCm PressmeetDispurLok Sewa Bhawan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d