Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Toll Gate : আজিও অসম্পূৰ্ণ শিলচৰ-গুৱাহাটী আৰু নগাঁও-ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ

publisher by publisher
December 15, 2022
in Assam, News
Reading Time: 1 min read
0
Toll Gate : আজিও অসম্পূৰ্ণ শিলচৰ-গুৱাহাটী আৰু নগাঁও-ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Toll Gate :

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকাৰীৰ উদাসীন মনোভাৱ আৰু ঠিকাদাৰ গোষ্ঠীৰ চূড়ান্ত মইমতালিৰ বাবেই বছৰ বছৰ ধৰি অসম্পূৰ্ণ আৰু বিধ্বস্ত অৱস্থাতে আছে গুৱাহাটী-শিলচৰ আৰু নগাঁও ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ দুটা।

ADVERTISEMENT

যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিব লগা হৈছে। শামুকীয়া গতিৰে চলা পথ দুটাৰ নিৰ্মাণ কাৰ্য এই পৰ্যন্ত ঠায়ে ঠায়ে আৰম্ভই হোৱা নাই।

নগাঁও বাইপাছৰ উৰিয়াগাঁও চ’কৰ পৰা কলিয়াবৰ তিনিআলি,দোলাবাৰী, গহপুৰ,নুমলিগড় হৈ ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ কাম কে’বা বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল যদিও শোণিতপুৰ আৰু বিশ্বনাথ জিলাত ইয়াৰ বিশেষ অগ্ৰগতি লাভ কৰা নাই ।

অৱশ্যে নগাঁও জিলাতো কেবাটাও স্থানত এই চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হোৱা নাই। ইপিনে, সুদীৰ্ঘ বছৰৰ পাছতো গুৱাহাটী-শিলচৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ এক বৃহৎ অংশৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল।

ইপিনে, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই ৰাইজক মাধমাৰ শোধাই চালিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত তিনিটাকৈ টোলগেট বহুৱাই টোলগেটত অত্যাধিক কৰ সংগ্ৰহ কৰি থকা হৈছে।

অসম্পূৰ্ণ আৰু বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাই পথৰেই ৰাইজে বিপদ সংকুল যাত্ৰা পথত এতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা পথত দুটাকৈ টোল গেটত আৰু হোজাই জিলাৰ পৰা গুৱাহাটীলৈ যাঁওতে তিনিটাকৈ টোল গেটত বৃহৎ পৰিমাণৰ টোল আদায় দিবলৈ বাধ্য হৈছে।

ব্যক্তিগত কাৰ,জীপ,ভান লৈ কোনো এজন লোক যদি ডিমাহাচাও, কাৰ্বিআংলং অথবা হোজাই জিলাৰ পৰা নগাঁও হৈ গুৱাহাটীলৈ যায় তেনেহলে তেওঁ তিনিটাকৈ টোল গেট ক্ৰমে ডৱকাৰ চাৰিলেনযুক্ত ৩৬নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মিকিৰ আটি হাওগাঁও টোল গেট,৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ৰহা টোলগেট আৰু নাজিৰাখাট টোল গেটত এদিনৰ এবাৰ মাত্ৰ অহা যোৱাৰ বাবদ আদায় দিব লগীয়া হৈছে বৃহৎ পৰিমাণৰ টোল ।

ইপিনে, তলাবন্ধৰ মাজতেই বিগত ২০২০ বৰ্ষৰ মে’ মাহত মুকলি কৰা হৈছিল ডৱকা আৰু নাজিৰাখাটৰ টোলগেট দুটা। স্মৰ্তব্য যে,নগাঁও-গুৱাহাটী ‌৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত দুটাকৈ টোল গেটগেটত ব্যৱসায়িক লঘু বাহন সমূহে শ শ টকাৰ টোল আদায় দিব লগীয়া হোৱাত গাড়ীৰ ভাড়াৰ নিৰিখো ‌বহু‌ বৃদ্ধি পাইছে ।

ঠিক একেদৰে,বাছ আৰু ট্ৰাক সমূহেও একাধিক টোলগেটত অত্যাধিক কৰ আদায় দিব লগীয়া হোৱাত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।

নগাঁও,হোজাই কিম্বা উত্তৰ অসম আৰু উজনি অসমৰ পৰা গুৱাহাটীলৈ যাওতে ৰহা আৰু নাজিৰাখাট টোল গেটত বৃহৎ পৰিমাণৰ টোল আদায় দি ৰাইজ সৰ্বস্বান্ত হোৱাৰ সময়তে চৰকাৰে নগাঁও জিলাৰ কলিয়াবৰ চুলুঙত পুনৰ এটা টোলগেট বহুৱাই ৰাইজক টেটুচেঁপা দিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে।

এন এইচ আই ডি চি এল য়ে নিৰ্মাণ কৰা চুলুঙৰ টোলগেটটোৰ নিৰ্মাণ কাৰ্যৰ প্ৰায় নৱৈ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আগন্তুক ২০২৩বৰ্ষৰ জানুৱাৰী মাহতে চুলুঙৰ টোলগেটটো মুকলি কৰি টোল সংগ্ৰহৰ কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

অথচ কলিয়াবৰৰ পৰা শোণিতপুৰ, বিশ্বনাথ জিলাত এই চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যই বিশেষ অগ্ৰগতিয়েই লাভ কৰা নাই। অসম্পূৰ্ণ পথৰে যাতায়ত কৰিলেও নগাঁও জিলাৰ পৰা কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনে চুলুঙৰ টোলগেটত বৃহৎ পৰিমাণৰ টোল দিবলৈ বাধ্য হ’ব।

বিশেষকৈ চুলুঙৰ টোলগেটটো মুকলি কৰাৰ পাছত উত্তৰ অসমৰ পৰা গুৱাহাটীলৈ যাওতে যান বাহন সমূহে ক্ৰমে চুলুং,ৰহা আৰু নাজিৰাখাট টোলগেটত আদায় দিব লাগিব বৃহৎ পৰিমাণৰ টোল।

ঠিক একেদৰে, গুৱাহাটী অথবা নামনি অসমৰ পৰা নগাঁও হৈ শোণিতপুৰ জিলালৈ অহা-যোৱা কৰোতে যান বাহন সমূহে নাজিৰাখাট,ৰহা আৰু চুলুঙৰ টোলগেটত আদায় দিব লাগিব বৃহৎ পৰিমাণৰ টোল।ফলত তেওঁ লোকৰ এই যাত্ৰা খুবেই ব্যৱহুল হ’ব।

ইয়াৰ লগে লগে যাত্ৰীবাহী বাছ সমূহৰো ভাড়া লগতে অত্যাধিক টোল আদায়ৰ ফলত যাতায়তী খৰচ বৃদ্ধি হোৱাৰ অজুহাতত বিভিন্ন সামগ্ৰীৰো দাম স্বাভাৱিকতেই বৃদ্ধি পাব।যাৰ দুৰ্ভোগ ভুগিব লাগিব সৰ্বসাধাৰণ ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaontoll gate
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d