Assam Police Constable Arrested In Dolgaon::দলগাঁৱত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল

police arrested

Assam Police Constable Arrested In Dolgaon:

পুনৰ খাকী পোছাকত দাগ লগালে আৰু এজন লোভীয়া আৰক্ষীয়ে ৷ উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী কনিষ্টবল ৷

দলগাঁৱত ঘোচ লওঁতেই দুৰ্নীতি নিবাৰকৰ জালত পৰে গ্ৰেপ্তাৰ আৰক্ষীৰ হাবিলদাৰ ছবেদ আলী ৷  ‘দলগাঁৱৰ টাইটান’ নামৰ এখন হোটেল খনত ২নং শিয়ালমাৰীৰ এজন লোকৰ পৰা উৎকোচ লওঁতেই পূৰ্বৰে পৰা অসামৰিক পোছাকত থকা দুৰ্নীতি নিবাৰকৰ দলে আটক কৰে ঘোচখোৰ আৰক্ষী হাবিলদাৰজনক

ইতিমধ্যে আটকাধীন হাবিলদাৰ জনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিছে ঘোচখোৰ আৰক্ষীজনক ৷

Exit mobile version