Crime Bunch Raids In Dispur Revenue Circle Office:দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ক্ৰাইম বাঞ্চৰ অভিযান

ডিটিপি অপাৰেটৰ ধ্ৰুৱজ্যোতি বৰ্মনক আটক, মাটি নামজাৰিৰ নামত জালিয়াতিৰ সন্দৰ্ভত ক্ৰাইম বাঞ্চত ৰজু হৈছিল গোচৰ

dispur circle office

Crime Bunch Raids In Dispur Revenue Circle Office:

মহানগৰীৰ দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ক্ৰাইম বাঞ্চৰ অভিযান ৷ অভিযানত আটক কৰে কাৰ্যালয়টোৰ ডিটিপি অপাৰেটৰ ধ্ৰুৱজ্যোতি বৰ্মনক ৷

উল্লেখ্য যে,কে’বাটাও অভিযোগৰ ভিত্তিত ক্ৰাইম বাঞ্চে চলাই অভিযান ৷ মাটি নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ উদ্থাপিত হৈছিল ৷ একেদৰে কাৰ্যালয়টোত অনলাইন প্ৰৱঞ্চনাৰ এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছিল ক্ৰাইম বাঞ্চে

ইতিপূৰ্বে ক্ৰাইম বাঞ্চত ৰজু হোৱা গোচৰৰ ভিত্তিতে দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়টোত ক্ৰাইম বাঞ্চে অভিযান চলায় ৷

Exit mobile version